--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : খাদ্যৰ বেয়া অভ্যাসৰ বাবে পেটৰ সমস্যা হোৱাটো সাধাৰণ কথা, কিন্তু শীতকালত এই সমস্যা আৰু অধিক বৃদ্ধি পায়। ই অতি কম সময়ৰ ভিতৰতে কোষ্ঠকাঠিন্যৰ ৰূপ লয়। পেটৰ এই সমস্যাবোৰ কেতিয়াও সহজভাৱে ল’ব নালাগে, নহ’লে পাছলৈ কোষ্ঠকাঠিন্যৰ ৰূপ লয়। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাৰ পাছতো যদি কাৰোবাৰ কোষ্ঠকাঠিন্যৰ সমস্যা হয়, তেন্তে তেওঁ নিজৰ দৈনন্দিন কিছু অভ্যাস সলনি কৰিলে উপকৃত হ’ব।

 শীতকালত কোষ্ঠকাঠিন্যৰ সমস্যা কিয় বাঢ়ে?

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে ঠাণ্ডা বতৰত শৰীৰৰ বিপাকীয় ক্ৰিয়া দুৰ্বল হয়, যাৰ বাবে কোষ্ঠকাঠিন্য বা বদহজমৰ সমস্যা বাঢ়ি যায়। এই ঋতুত যদি আমি মাত্ৰ তিনিটা কথাত গুৰুত্ব দিওঁ, তেন্তে বহু ৰোগৰ পৰা মুক্তি পাব পাৰি। ঠাণ্ডা বতৰত কোষ্ঠকাঠিন্য হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল আমি খোৱাপানী কমাই দিওঁ যাৰ ফলত শৰীৰত পানীলগা হয়। পেটৰ সমস্যাৰ আন এটা প্ৰধান কাৰণ হ’ল আজিকালি মানুহে প্ৰচুৰ পৰিমাণে চাহ-কফি সেৱন কৰে। ভজা খাদ্য বেছিকৈ খোৱাটো ইয়াৰ অন্য এটা কাৰণ।

 এই ৰোগৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি-

পেটৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে শীতকালত আমি এনে খাদ্য গ্ৰহণ কৰা উচিত, য’ত আঁহ যথেষ্ট পৰিমাণে পোৱা যায়। কোষ্ঠকাঠিন্যত আপোনাৰ সমস্যা কমোৱাত অমিতাই সহায় কৰে। ইয়াৰ বাহিৰেও দৈনিক ১০ৰ পৰা ১৫টা তিয়াই থোৱা কিচমিচ খালে এই সমস্যাৰ পৰা সকাহ পাব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু