--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় বাংলাদেশী অভিনেত্ৰী পৰীমণিৰ বিবাহ বিচ্ছেদৰ খবৰে বিভিন্ন মহলত বেছ আলোড়ণৰ সৃষ্টি কৰিছিল৷নতুন বছৰৰ আৰম্ভণিতে পৰীমণিয়ে বিবাহ বিচ্ছেদৰ ঘোষণাৰে সকলোকে আচৰিত কৰি তুলিছিল।  তেওঁ সামাজিক মাধ্যমত লিখিছিল যে তেওঁ ৰাজৰ সৈতে সকলো সম্পৰ্ক ছিন্ন কৰি দিছে।

স্বামী ৰাজৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগো উত্থাপন কৰিছিল অভিনেত্ৰীগৰাকীয়ে। পৰীণণিৰ পঞ্চম বিবাহ ভংগ হোৱাৰ খবৰ  শুনি অনুৰাগীসকল হতবাক হৈ পৰিছিল। পৰীমণিয়ে  আনকি এখন সংবাদমেল পাতি ৰাজৰ সৈতে বিচ্ছেদৰ বিষয়ে অৱগত কৰিছিল। অৱশ্যে, এই সকলো বিতৰ্কৰ পিছত নতুন খবৰটো হৈছে যে পৰীমণি আৰু ৰাজ বৰ্তমানৰ বাবে পৃথক হোৱা নাই। তেওঁলোক দুয়োজনে সিদ্ধান্ত লৈছে যে তেওঁলোকে এতিয়া একেলগে থাকিব। ইয়াৰ কাৰণ হৈছে তেওঁলোকৰ  পুত্ৰ ৰাজ্য! ৰাজ্যৰ বাবেই পৰীমণিয়ে ৰাজৰ সৈতে একেলগে থকাৰ কথা ঘোষণা কৰিছে৷ 


পৰীমণিৰ স্বামী ৰাজেও একেই কথাই কৈছে। ৰাজে কয় "তিনিদিন ধৰি আমি একেলগে আছোঁ, আমি ভালে আছোঁ।আমি আমাৰ পুত্ৰৰ ভাল হোৱাটো বিচাৰো ''৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক