--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ তিনি মাহৰ বাবে পৰ্ণছৱিত অভিনয় কৰিছিল মিয়া খালিফাই। সেই কেইমাহমানতে অপ্ৰত্যাশিত খ্যাতি অৰ্জন কৰিছিল মিয়াই।

সাত বছৰ পূৰ্বে মিয়াই পৰ্ণ ছৱিৰ জগতক বিদায় জনাইছিল। কিন্তু এতিয়াও সামাজিক মাধ্যমত চৰ্চিত তাৰকাগৰাকী। মিয়াৰ বিষয়ে কৌতূহলৰ কোনো অন্ত নাই।



অতীতক এৰি মিয়াই এতিয়া ফেশ্বন জগতত যথেষ্ট খ্যাতি অৰ্জন কৰিছে। ইনষ্টাগ্ৰামত প্ৰায় তিনি কোটি অনুসৰণকাৰী আছে ময়াৰ। প্ৰায়ে সামাজিক মাধ্যমৰ পৃষ্ঠাত নিজৰ ফটো শ্বেয়াৰ কৰে তেওঁ। কেতিয়াবা তেওঁ আকৰ্ষণীয় কাপোৰ পিন্ধে, কেতিয়াবা কাপোৰ অবিহনে তেওঁ নিজকে প্ৰকাশ কৰে৷



ডাঠ ফ্ৰেমৰ চশমা পিন্ধা মিয়াই উষ্ণতা বিয়পাই দিছে ইনষ্টাগ্ৰামত। শেহতীয়াকৈ তেওঁ এখন ফটো শ্বেয়াৰ কৰিছে, য'ত তেওঁ ৰাতিৰ পোছাক পিন্ধি আছে। কোনো অন্তৰ্বাস পৰিধান কৰা নাই। পোছাকৰ সকলো বোৰ বুটাম খোলা আছে। ডিঙিত নেকলেস, কাণফুলি, হাতত ব্ৰেচলেট আৰু ভৰিত জোতা। মিয়া বিচনাত বহি এই ফটোশ্বুট কৰিছিল।



মিয়াই এই ছবিখন শ্বেয়াৰ কৰাৰ লগে লগে ছ'চিয়েল মিডিয়াত এক আলোড়নৰ সৃষ্টি হৈছে। এগৰাকী অনুৰাগীয়ে লিখিছে- "মিয়াৰ পোছাকত শীতকালতো জুই লাগিছে।" ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু