--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত এইবেলি মাত্ৰ তিনি খন বিৰোধী শাসিত ৰাজ্যৰহে প্ৰতীকপট নিৰ্বাচিত হোৱাৰ কথাই মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এইবেলি বিৰোধী শাসিত  পশ্চিম বংগ, দিল্লী আৰু পঞ্জাৱৰ প্ৰতীকপটে গণৰাজ্য দিৱসৰ কুচকাৱাজত স্থান নাপাব। চূড়ান্ত তালিকা প্ৰস্তুত হোৱাৰ পিছত ১৬  খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত মাত্ৰ তিনিখনহে  বিৰোধী দলৰ দ্বাৰা শাসিত ৰাজ্যবোৰ নাম আহিছে।

 এই তিনিখন ৰাজ্য হৈছে কংগ্ৰেছ শাসিত তেলেংগানা, জেএমএম-কংগ্ৰেছ শাসিত ঝাৰখণ্ড আৰু ডিএমকে শাসিত তামিলনাডু।প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি ২৬ জানুৱাৰীত দিল্লীৰ কৰ্তব্য পথত গণতন্ত্ৰ দিৱসৰ কুচকাৱাজৰ সময়ত ১৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীক পট  প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ বাহিৰে  বাকী ১৫  খন ৰাজ্যৰ ভিতৰৰে ১০ খন বিজেপি বা বিজেপি মিত্ৰজোঁটৰ চৰকাৰ থকা ৰাজ্য।

  ইয়াৰ ভিতৰত আছে গুজৰাট, হাৰিয়ানা, মহাৰাষ্ট্ৰ, ছত্তীশগড়, মধ্য প্ৰদেশ আৰু ৰাজস্থান। বিৰোধী শাসিত তেলেংগানা, তামিলনাডু আৰু ঝাৰখণ্ডৰ উপৰি ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশৰ প্ৰতীক পট  থাকিব। উল্লেখ্য  এই বছৰৰ গণৰাজ্য দিৱসৰ কুচকাৱাজৰ বিষয়বস্তু হৈছে 'উন্নত ভাৰত'। পশ্চিম বংগই  নাৰী শিক্ষাৰ আৰম্ভণিৰ পৰা কন্যাশ্ৰী আঁচনি সামৰি এখন প্ৰতীক পট  প্ৰেৰণ কৰিছিল। অৱশ্যে সেয়া নাকচ হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক