--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি গণেশ জয়ন্তী৷ হিন্দু শাস্ত্ৰ অনুসৰি গণেশ ড়য়ন্তীৰ মাহাত্ম্য অনেক৷  বিশ্বাস কৰা হয় যে  গণেশৰ পূজা কৰিলে  বহু বাধা সহজে অতিক্ৰম কৰিব পাৰি৷ শ্ৰীগণেশ  মহাদেৱ আৰু দেৱী গৌৰীৰ পুত্ৰ। 

শ্ৰীগণেশ সিদ্ধিদাতা। সকলো কাৰ্য্যৰ সৃষ্টিকৰ্তা, অৰ্থাৎ সফলতা প্ৰদান কৰা ঈশ্বৰ। হিন্দু শাস্ত্ৰ অনুসৰি, সৌভাগ্য, সমৃদ্ধি আৰু জ্ঞানৰ দেৱতা গণেশ৷সিদ্ধিদাতা গণেশৰ জন্মৰ সময়ত দেৱী দুৰ্গাই শনি দেৱক তেওঁৰ পুত্ৰক আশীৰ্বাদ দিবলৈ সকলোৰে সৈতে আমন্ত্ৰণ জনাইছিল।  অনিচ্ছা স্বত্বেও  শনিদেৱে গৌৰীৰ পুত্ৰক চাবলৈ গৈছিল। 

শনি দেৱক দেখাৰ লগে লগে গণেশৰ মূৰটো জ্বলি চাৰখাৰ হৈ  যায়। এনে পৰিস্থিতিত গণেশক ভগৱান বিষ্ণুৰ প্ৰচেষ্টাৰে হাতীৰ মূৰ এটা লগাই দি  পুনৰুজ্জীৱিত কৰিছিল। শনিৰ কাৰ্যত দেৱী দুৰ্গাৰ খং উঠাৰ লগতে  চিন্তিতও হৈ পৰিছিল।

 দেৱতাসকলৰ আশীৰ্বাদত গজাননে সিদ্ধিৰ স্থান বা সফলতাৰ দেৱতা লাভ কৰে। এই কাৰণে  সকলো শুভ কামত, আনকি সকলো পূজাতে, সিদ্ধিদাতাৰ উপাসনা কৰাটো  এটা নিয়ম। সিদ্ধিদাতাৰ আশীৰ্বাদত সকলো কামতে সফলতা আহে।
 যদি কোনোবাই  বিশ্বাস আৰু ভক্তিৰে গণেশক উপাসনা কৰে, সিদ্ধিদাতা গণেশৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হয়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ