--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত এটা খবৰ বিয়পি পৰিছে যে গোবিন্দাৰ বোৱাৰী হ'ব অজয় দেৱগন আৰু কাজলৰ কন্যা ন্যাসা। অজয়ৰ পৰিয়াল আৰু গোবিন্দাৰ পৰিয়াল অতি সোনকালে আত্মীয় হ'বলৈ গৈ আছে। অজয় বা গোবিন্দাৰ পৰিয়ালৰ পৰা এই সন্দৰ্ভত কোনো কথা কোৱা নাই যদিও পাপ্পাৰাজীয়ে বাহিৰ কৰিছে এই খবৰ। ন্যাসা দেৱগন আৰু গোবিন্দাৰ পুত্ৰ যশবৰ্ধনে ইজনে সিজনক ডেট কৰি আছে আৰু একেলগে সময় অতিবাহিত কৰিছে। অজয় আৰু কাজলৰ দুটা সন্তান আছে। পুত্ৰীৰ নাম নাম ন্যাসা আৰু সৰু পুত্ৰৰ নাম যুগ দেৱগন। অজয়ৰ দৰে গোবিন্দাৰো আছে দুটা সন্তান। পুত্ৰীৰ নাম টিনা আৰু পুত্ৰৰ নাম যশবৰ্ধন। ন্যাসাৰ বয়স বৰ্তমান ১৮। তেওঁ চিনেমাত ভৰি দিয়াৰ কথা বৰ্তমানলৈকে চিন্তা কৰা নাই। ন্যাসাক প্ৰায়ে তেওঁৰ বন্ধুবৰ্গৰ সৈতে পাৰ্টি কৰা দেখা যায়। ছ'চিয়েল মিডিয়াতো যথেষ্ট এক্টিভ ন্যাসা। তেওঁ এতিয়ালৈকে চিনেমা কৰা নাই যদিও অনুৰাগীৰ সংখ্যা কম নহয়। ন্যাসা য'লৈকে যায় সংবাদ মাধ্যমবোৰে তেওঁক অনুসৰণ কৰে। শেহতীয়াকৈ ন্যাসাক এখন ৰেষ্টুৰেণ্টৰ পৰা বাহিৰলৈ ওলাই অহা দেখা গৈছিল য'ত তেওঁ পাপাৰাজ্জীৰ কেমেৰাৰ পৰা বাচিব নোৱাৰিলে। ন্যাসাৰ সৈতে দেখা গৈছিল গোবিন্দা পুত্ৰ যশবৰ্ধন আহুজাক। তেতিয়াই খবৰটো বিয়পি পৰে যে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছে। তেওঁলোক দুয়োকে একেলগে হাতত হাত ধৰি ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দেখা গৈছিল। মুম্বাইৰ এখন বিলাসী ৰেষ্টুৰেণ্টলৈ কেণ্ডেল লাইট ডিনাৰৰ বাবে ন্যাসাক লৈ গৈছিল যশবৰ্ধন আহুজাই। বলীউডত বিয়পি পৰা এই খবৰক লৈ মুখ খোলা নাই ন্যাসা আৰু যশবৰ্ধনে। আৰু পঢ়কঃ বেডমিণ্টন খেলুৱৈ তথা পিতৃ প্ৰকাশ পাডুকনৰ বায়’পিক নিৰ্মাণ কৰিব কন্যা দীপিকাই

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু