--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰাচীন কালৰে পৰা প্ৰসাধন সামগ্ৰীৰ তালিকাত এটা উল্লেখযোগ্য বস্তুৰ নাম পোৱা যায়, অৰ্থাৎ গোলাপৰ পাহি। ৰাণীসকলেও এই গোলাপ পানীৰে গা ধুইছিল বা মুখত গোলাপৰ পাহি লগাইছিল। সেইবাবেই তেওঁলোক অদ্ভুত সৌন্দৰ্য্যৰ গৰাকী আছিল। ব্যস্ত জীৱনত কিছু সময় উলিয়াই আপুনিও পাৰিলেও এই গোলাপৰ পাহিৰে কেইটামান ফেচপেক বনাব পাৰি চাওঁ আহক।

১) গোলাপৰ পাহি, টেঙা দৈ আৰু মৌঃ–সকলো উপাদান হাতেৰে খুব ভালদৰে মিহলাই লওক। তাৰ পাছত মুখ, ডিঙি, পিঠিত ভালদৰে লগাই আধা ঘণ্টাৰ পাছত ধুই পেলাব লাগে। সপ্তাহত তিনিদিন কৰিলেই যথেষ্ট, উপকাৰ পাব।

২) গোলাপৰ পাহি, মুলতানী মাটি, বেচনঃ–সকলোবোৰ উপাদান খুব ভালকৈ মিহলাই লওক। প্ৰয়োজন হ’লে অলপ পানী দিব পাৰে, তাৰ পাছত প্ৰতিটো মিশ্ৰিত উপাদান অতি ভালদৰে মুখ আৰু ডিঙিত লগাই আধা ঘণ্টা বাবে ৰাখিব পাৰে। সপ্তাহত দুবাৰকৈ এই ফেচপেক ব্যৱহাৰ কৰিলে ছালৰ মৃত কোষবোৰ সহজে আঁতৰি আপোনাৰ মুখৰ ছাল উজ্জ্বল কৰি তুলিব।

) গোলাপৰ পাহি আৰু গাখীৰৰ খৰঃ–গাখীৰৰ খৰৰ লগত গোলাপৰ পাহি ভালদৰে মিহলাই ল’ব। এতিয়া মিশ্ৰণখিনি মুখ, পিঠি, ডিঙি, হাতত খুব ভালকৈ লগাব লাগে। গা ধোৱাৰ আগতে যদি আপুনি প্ৰতিদিনে এবাৰ এই কাম কৰিব পাৰে তেন্তে আপোনাৰ ছালখন অতি কোমল হৈ পৰিব। যিসকলৰ ছালৰ শুকান হোৱাৰ সমস্যা আছে তেওঁলোকৰ বাবে গাখীৰে ছালখন অধিক সুন্দৰ আৰু মইশ্ব’ৰাইজ কৰি তুলিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক