--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ কেতিয়াও গো-মাংস নাখায়। হিমাচল প্ৰদেশৰ মাণ্ডী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অভিনেত্ৰী কংগনা ৰানাৱটে দাবী কৰে যে সকলো অভিযোগ ‘ভিত্তিহীন’ আৰু ‘উৰাবাতৰি’। 

কংগ্ৰেছ নেতা বিজয় ৱাদেত্তিৱাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰে। দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিৰোধী দলপতি বিজয়ে অভিযোগ কৰে যে কংগনাই পূৰ্বেও কৈছিল যে তেওঁ গো-মাংস খায়। ইয়াৰ পিছতো তেওঁক বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে মনোনীত কৰিছে।

সোমবাৰে কংগনা এক্সে (এক্স টুইটাৰ) লিখিছে, ‘মই গো-মাংস বা কোনো ৰঙা মাংস নাখাওঁ। মোৰ বিষয়ে কিছুমান ভিত্তিহীন উৰাবাতৰি বিয়পি পৰিছে, যিটো লজ্জাজনক। দশকৰ পিছত দশক মই যোগীৰ দৰে জীয়াই আহিছো। আয়ুৰ্বেদত বিশ্বাস কৰো। এই সকলোবোৰ কৌশলে মোৰ ভাবমূৰ্তি নষ্ট নকৰে। মোৰ মানুহে মোক চিনি পায় আৰু তেওঁলোকে জানে যে মই এজন গৌৰৱান্বিত হিন্দু।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ