--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এফালে আই পি এল চলি আছে। সেই সকলোবোৰৰ পৰা তেওঁ বহু দূৰত। অস্ত্ৰোপচাৰৰ পিছত সুস্থ হ’বলৈ চেষ্টা চলাইছে মহম্মদ ছামীয়ে। শেহতীয়াকৈ তেওঁ ক্ৰাচত খোজ কাঢ়ি থকা এখন ফটো পোষ্ট কৰিছিল। তেওঁ কয় যে তেওঁৰ সফলতাৰ ক্ষুধা এতিয়াও একেই আছে।

যোৱা বছৰৰ বিশ্বকাপৰ ফাইনেলৰ পিছত শামীয়ে ক্ৰিকেট খেলা নাই। আই পি এলতো খেলিব নোৱাৰে। যোৱাবাৰৰ সৰ্বাধিক উইকেট দখলকাৰীৰ অবিহনে গুজৰাট টাইটানছ। সেই শ্বামীয়ে দেওবাৰে ক্ৰাচত খোজ কাঢ়ি থকা এখন ছবি পোষ্ট কৰিছিল। লগতে লিখিছে, "মই পুনৰ সঠিক পথত আহিছো। সফলতাৰ ভোক এতিয়াও আছে। ৰাস্তাটো কঠিন হ’ব পাৰে, কিন্তু গন্তব্যস্থানৰ মূল্য আছে।”

টুৰ্ণামেণ্টৰ পিছত প্ৰকাশ পাইছিল যে শ্বামীয়ে গোৰোহাৰ আঘাত লৈও বিশ্বকাপ খেলিছিল। তথাপিও তেওঁ সৰ্বাধিক উইকেট দখলকাৰী হৈ পৰিল। ইয়াৰ পিছত তেওঁ ভৰিৰ গোৰোহাৰ আঘাতৰ চিকিৎসা কৰে। ফেব্ৰুৱাৰী মাহত লণ্ডনত তেওঁৰ অস্ত্ৰোপচাৰ হৈছিল। বহু দিনৰ মূৰত ঘৰলৈ উভতি আহিল। এতিয়াও স্বাভাৱিকভাৱে খোজ কাঢ়িব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক