--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৌতম আদানীৰ মালিকানাধীন এনডিটিভিয়ে বিভিন্ন ভাৰতীয় ভাষাত ৯টা নিউজ চেনেল মুকলি কৰাৰ পৰিকল্পনা কৰিছে। শেহতীয়াকৈ এই বাতৰি প্ৰকাশ পাইছে।

বুধবাৰে এন এছ ইলৈ লিখা এখন পত্ৰ অনুসৰি, এনডি টিভিয়ে পৰ্যায়ক্ৰমে আঞ্চলিক ভাষাত ৯টা নিউজ চেনেল স্থাপনৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ পৰা অনুমতি বিচাৰিছে। কোম্পানীটোৱে মন্ত্ৰালয়ৰ পৰা অনুমোদন লাভ কৰাৰ পিছতে চেনেলসমূহ মুকলিৰ তাৰিখ প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে।

পূৰ্বে ৰাধিকা আৰু প্ৰাণয় ৰয়ে নেতৃত্ব দিয়া এনডিটিভিক যোৱা বছৰৰ ডিচেম্বৰ মাহত আদানীয়ে অধিগ্ৰহণ কৰে। হিণ্ডেনবাৰ্গ ৰিপ’ৰ্ট প্ৰকাশ পোৱাৰ পাছতে এনডিটিভিৰ শ্বেয়াৰৰ মূল্য প্ৰায় ৩৯ শতাংশ হ্ৰাস পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ