--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু যুৱকে বাইকত মুছলমান যুৱতীক উঠাই নিয়াৰ বাবেই অত্যাচাৰৰ সমুখিন হ’ব লগা হৈছে। বিহাৰত সংঘটিত হৈছে ঘটনাটো। ইতিমধ্যে ইয়াৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

প্ৰকাশিত খবৰৰ মতে, সাগৰ কুমাৰ মিশ্ৰ নামৰ হিন্দু যুৱকজনে তেওঁৰ মুছলমান বান্ধৱীগৰাকীক বাইকত উঠাই পাটনা মাৰ্কেটেৰ গৈ আছিল। তেনে অৱস্থাতে কেইজনমান যুৱকে তেওঁলোকক আগভেটি ধৰে। যুৱককেইজনক মুছলিম ধৰ্মাৱলম্বী বুলি জানিব পৰা গৈছে। হিন্দু যুৱকজনক বাইকৰ সৈতে পথৰ দাঁতিলৈ নি যুৱককেইজনে শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ ধৰে।

মুছলমান যুৱতীগৰাকীয়ে হিন্দু বন্ধুগৰাকীৰ শাৰীৰিক আক্ৰমণ নকৰিবলৈ কান্দি কান্দি অনুৰোধ কৰে যদিও আক্ৰমণকাৰী যুৱকজনে সেই আহ্বান নুশুনি প্ৰহাৰ কৰি থকা দেখা গৈছে।

ঘটনাটো ভাইৰেল হোৱাৰ পাছতো ভুক্তভোগী হিন্দু যুৱকজনে এতিয়াও আৰক্ষী থানাত ঘটনা সন্দৰ্ভত কোনো অভিযোগ দাখিল কৰা নাই। ভুক্তভোগী যুৱকজনে অভিযোগ দাখিল কৰিলে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ব্যৱস্থা ল’ব বুলিও প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ