--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ পৰা লিংগ বৈষম্য দূৰ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে বুধবাৰে লিংগ সমানুপাতিকাৰ  এখন হেণ্ডবুক মুকলি কৰে। ইয়াৰ উদ্দেশ্য হৈছে মহিলাৰ বিষয়ে ধাৰণা সলনি  কৰা, মহিলাসকলক বুজা আৰু তেওঁলোকক যুঁজ দিয়াত সহায় কৰা। ইয়াৰ লগতে মহিলাসকলক  আইনী সহায় কৰাতো ই সহায়ক হ’ব।

 'হেণ্ডবুক অন কমবেটিং জেণ্ডাৰ ষ্টেৰিওটাইপছ' শীৰ্ষক হেণ্ডবুক খনত  লিংগ বৈষম্যমূলক  শব্দ পৰিহাৰ কৰি ব্যৱহাৰ কৰা   শব্দাৱলী আছে আৰু ইয়াত  বৈকল্পিক শব্দ বা বাক্যাংশৰ পৰামৰ্শ দিয়া হৈছে।  ই মহিলাসকলৰ বিষয়ে সচৰাচৰ ধাৰণাবোৰো  পৰিৱৰ্তন কৰিব পাৰিব বুলি ভবা হৈছে।  

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় "ভাষা আইনৰ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ। শব্দ হৈছে সেই বাহন যাৰ জৰিয়তে আইনৰ মূল্যবোধবোধ বজাই ৰখা হয়। শব্দই আইন প্ৰণেতা বা বিচাৰকৰ চূড়ান্ত অভিপ্ৰায় ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰে।  এজন ন্যায়াধীশে ব্যৱহাৰ কৰা ভাষাটোৱে কেৱল আইনৰ বিষয়ে তেওঁলোকৰ ব্যাখ্যাই নহয়, সমাজৰ বিষয়ে তেওঁলোকৰ ধাৰণাও প্ৰতিফলিত কৰে," । 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস