--°C
Loading...
Listen to Article
2 min read
80%
ডিজেটেল ডেস্কঃ মানুহভেদে ৰাশিও বেলেগ বেলেগ হয়। জন্মৰ ক্ষণ অনুসৰি মানুহৰ ৰাশি নিৰ্ধাৰণ হয়। প্ৰতিটো ৰাশিয়েই একো একোটা ৰঙক প্রতিনিধিত্ব কৰে। সেয়ে প্ৰতিটো ৰাশিত ৰঙৰ প্ৰভাৱ থাকেই। ৰাশি অনুসৰি মানুহৰ ওপৰত যিহেতু ৰঙৰ প্রভাৱ থাকে সেইবাবে বিভিন্ন ৰাশিৰ লোকে বিভিন্ন ঘৰত বসবাস কৰাৰ ক্ষেত্ৰত সেই ঘৰৰ ৰং ৰাশি অনুসৰি কৰিব পাৰিলে শুভ ফল লাভ কৰে। 

ইয়াত বাস্তুশাস্ত্ৰৰ মতে ৰাশি অনুসৰি ৰঙৰ ব্যৱহাৰৰ কিছু কথা উল্লেখ কৰা হ'ল।

গৃহস্থৰ ৰাশি যদি মেষ হয় তেন্তে ঘৰৰ ৰং ৰঙা দিব লাগে।

গৃহস্থৰ ৰাশি যদি মিথুন হয় তেন্তে ঘৰৰ ৰং সেউজীয়া কৰিব লাগে । গৃহস্থৰ ৰাশি যদি বৃষ হয় তেন্তে ঘৰৰ ৰং বগা কৰিব লাগে ।

কৰ্কট ৰাশিৰ জাতকে ঘৰত গোলাপী অথবা মুক্তাৰ দৰে বগা ৰং ব্যৱহাৰ
কৰিব লাগে।

সিংহ ৰাশিৰ জাতকে ধূসৰ ৰং অথবা ৰঙা ৰং ব্যৱহাৰ কৰিব লাগে । তুলা ৰাশিৰ জাতকে বগা ৰং ব্যৱহাৰ কৰিব লাগে।

কন্যা ৰাশিৰ জাতকে পাতল হালধীয়া অথবা সেউজীয়া ৰং ঘৰত ব্যৱহাৰ কৰিব লাগে।

বৃশ্চিক ৰাশিৰ লোকে ঘৰত ৰঙা অথবা গোলাপী ৰং ব্যৱহাৰ কৰিব লাগে। কুম্ভ ৰাশিৰ জাতকে ঘৰত নীলা অথবা গোলাপী ৰং ব্যৱহাৰ কৰিলে শুভফল পায়।

মকৰ ৰাশিৰ আতকে পাতল ৰঙা ৰং ব্যৱহাৰ কৰিব লাগে।

ধনু ৰাশিৰ জাতকে ঘৰত উজ্জ্বল হালধীয়া ৰং ব্যৱহাৰ কৰিব লাগে। মীন ৰাশিৰ লোকে  ঘৰত হালধীয়া অথবা শুধ বগা ৰং ব্যৱহাৰ কৰিব লাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস