--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ  'বন্দে ভাৰত এক্সপ্ৰেছ’ এইবাৰ অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰাও চলিব৷ গৰু-ম’হ খুন্দিয়াই চৰ্চাত থকা ৰে’ল খনকলৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ থকাৰ সময়তে ভাৰতৰ মিনি বুলেট ৰে’ল হিচাবে পৰিচিত  'বন্দে ভাৰত এক্সপ্ৰেছ’ অহা শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব৷ 

সেই উপলক্ষ্যে ৩০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদী পশ্চিমবংগলৈ আহিব৷ প্ৰধানমন্ত্ৰীমোদীয়ে শুক্ৰবাৰে কলকাতাত উপস্থিত হোৱাৰ কথা আছে। মোদীয়ে  সেই দিনাই হাওৰা ষ্টেচনৰ পৰা 'বন্দে ভাৰত' এক্সপ্ৰেছ উদ্বোধন কৰাৰ কথা । কেৱল সেয়াই নহয় তেওঁ ৰাষ্ট্ৰীয় গংগা পৰিষদৰ এখন বৈঠকতো উপস্থিত থাকিব।
 
প্ৰধানমন্ত্ৰী মন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে মোদীয়ে শুকুৰবাৰে পুৱা কলকাতা বিমানবন্দৰত অৱতৰণ কৰিব। বিমানবন্দৰৰ পৰা মোদীয়ে হেলিকপ্টাৰেৰে ৰেচ কোৰ্চ খেলপথাৰত উপস্থিত হ'ব। তাৰ পৰা তেওঁ  গাড়ীৰে পোনে পোনে হাওৰা ষ্টেচনলৈ যাব।  

হাওৰাৰ পৰা 'বন্দে ভাৰত' নিউ জলপাইগুৰিলৈ চলিব। ৰে'লখন আৰম্ভ কৰাৰ  পিছত,মোদীয়ে  ভাৰতীয় নৌসেনাৰএক অনুষ্ঠানত ভাগ ল’ব৷ 
 তেওঁ 'নমামি গঙ্গে' আৰু 'ডিডব্লিউএছ'ৰ এখন প্ৰদৰ্শনীত উপস্থিত থকাৰ কথা আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক