--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুৱাহাটীত প্ৰথমটো জয়ৰ মুখ দেখিলে ৰাজস্থান ৰয়েলছে৷ বৰ্ষাপাৰাৰ ড° ভূপেন হাজৰিকা ষ্টেডিয়ামত আজি সন্মান ৰক্ষাৰ যুঁজত নামিছিল ৰাজস্থান ৰয়েলছ৷



দিল্লীৰ বিৰুদ্ধে আইপিএলৰ আজিৰ মেচখনত ৫৭ ৰানত জয়ী হয় ৰাজস্থান৷ ২০০ ৰানৰ লক্ষ্যৰে খেলিছিল দিল্লী কেপিটেলছে৷ ৯ উইকেটত ১৪২ ৰান কৰিবলৈহে সমৰ্থ হয় দিল্লী কেপিটেলছে৷ 


দিল্লী কেপিটেলছৰ হৈ সৰ্বাধিক ৬৫ ৰান কৰে ডেভিদ ৱাৰ্নাৰে৷ ব’লিঙত ৰাজস্থানৰ ট্ৰেণ্ট ব’ল্টে দখল কৰে ৩টা উইকেট৷ যজুৱেন্দ্ৰ চহলেও দখল কৰে তিনিটাকৈ উইকেট৷ ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰি কৰিছিল ১৯৯ ৰান৷ ৰাজস্থানৰ হৈ জছ বাটলাৰে কৰে ৭৯ ৰান৷



যশস্বী জয়ছোৱালৰ বেটৰ পৰা আহে ৬০ ৰান৷ কিন্তু আজি গুৱাহাটীৰ গৃহভূমিত পুনৰ ব্যৰ্থ হয় ৰিয়ান পৰাগ৷ ১১টা বলত ৭ ৰান কৰি ব’ল্ড হয় ৰিয়ান পৰাগ৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব