--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত মা লক্ষ্মীক ধনৰ দেৱী বুলি গণ্য কৰা হয়। জীৱনত অপৰিসীম ধন-সম্পত্তি আৰু সমৃদ্ধি পাবলৈ হ’লে দেৱী লক্ষ্মীৰ কৃপা থকাটো প্ৰয়োজনীয়। জন্ম-মৃত্যু, মৃত্যুৰ পিছত কৰ্মৰ ফল, আত্মাৰ যাত্ৰা আৰু কৰ্ম অনুযায়ী শাস্তি সম্পৰ্কে গৰুড় পুৰাণত বহু কথা কোৱা হৈছে। কিন্তু ইয়াৰ বাহিৰেও দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ উপায়ৰ কথাও কোৱা হৈছে। 

গৰুড় পুৰাণৰ মতে, ভুল কাম কৰা লোকসকলক দেৱী লক্ষ্মীয়ে কেতিয়াও ভাল নাপায়। আহক জানো কি কি ভুল অভ্যাস আছে মানুহক কঠোৰ পৰিশ্ৰমৰ পিছতো ধনী হ'বলৈ নিদিয়ে আৰু মাতৃ লক্ষ্মীৰ খং উঠায়।

- যিসকল লোকে নিজৰ উপাৰ্জনৰ এটা অংশ ধৰ্মৰ বাবে দান নকৰে। কঠোৰ পৰিশ্ৰম কৰিও সেই মানুহবোৰ ধনী হ’ব নোৱাৰে এনে মানুহৰ ঘৰত কেতিয়াও আশীৰ্বাদ নাথাকে, তেওঁলোকৰ উপাৰ্জন বৃদ্ধি নহয়। সদায় একে জীৱন যাপন কৰে।

- নাৰীক সন্মান নকৰা মানুহক মহালক্ষ্মীয়ে কেতিয়াও ভাল নাপায়। এনে লোকে যিমানেই কষ্ট নকৰক কিয়, তেওঁলোকৰ ধন-সম্পত্তি নাবাঢ়ে। দক্ষতা থকাৰ পাছতো বহু সময়ত ধনী হোৱাত পিছ পৰি ৰয়। আনহাতে, ধনী হ’লেও তেওঁলোকৰ ধন বেছি দিন নাথাকে।

- নিজৰ বয়োজ্যেষ্ঠক সন্মান নকৰা মানুহ কেতিয়াও ধনী নহয়। ঘৰখনত সদায় বিসংগতি আৰু কাজিয়াৰ পৰিবেশ থাকে। মা লক্ষ্মী কেতিয়াও সেই ঘৰবোৰত বাস নকৰে। এনে পৰিয়ালৰ সদস্যসকলে যিমানেই কষ্ট নকৰক কিয়, তেওঁলোকে অগ্ৰগতি নাপায়। তেওঁলোকৰ জীৱনত সদায় বাধা আৰু দুখ-কষ্টবোৰ থাকে।

- সন্ধিয়া পৰত শুই থকা মানুহে যিমান কষ্ট কৰিলেও ধনী হ’ব নোৱাৰে কাৰণ সন্ধিয়া সময়ত মানুহৰ ঘৰত লক্ষ্মী প্ৰৱেশ কৰে, সেই সময়ত মানুহ শুই থাকিলে মাতৃ লক্ষ্মীৰ খং উঠে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক