--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটত আজি অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ৷  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাজ্য খনৰ  মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে আজি  দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদান কৰে। গৃহমন্ত্ৰী অমিত শ্বাহেও আজি  ভোট দান কৰিবলৈ আহমেদাবাদলৈ অহাৰ কথা আছে।

গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়তে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা প্ৰায় ৯.৩০ বজাত ৰাণীপৰ নিশান পাব্লিক স্কুলত উপস্থিত হয়৷  প্ৰধানমন্ত্ৰীয়ে হাত জোকাৰি, নমস্কাৰ জনাই তাত উপস্থিত থকা ৰাইজক শুভেচ্ছা জ্ঞাপন কৰে।


ৰাস্তাৰ দুয়োফালৰ লোকসকলে 'মোদী, মোদী'ৰ শ্ল'গান দিয়াও দেখা যায়৷উল্লেখ্য ৰাজ্যখনৰ কেন্দ্ৰীয় আৰু উত্তৰ অঞ্চলৰ ১৪ খন জিলাৰ ৯৩ টা সমষ্টিত আজি দ্বিতীয়  পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।  

৬১ টা ৰাজনৈতিক দলৰ মুঠ ৮৩৩ জন প্ৰাৰ্থীয়ে আহমেদাবাদ, বদোদৰা, গান্ধীনগৰ আৰু অন্যান্য জিলাত বিয়পি থকা এই বিধানসভা সম্ষ্টিসমূহত প্ৰতিদ্বন্দিতা কৰিছে।ৰাজ্য খনত ১ ডিচেম্বৰত অনুষ্ঠিত  হৈছিল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক