--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বিতৰ্কিত মন্তব্যৰ বাবে প্ৰায়েই কংগনা ৰাণাৱট সমালোচিত হয় যদিও তেওঁৰ অভিনয়ৰ ক্ষেত্ৰত থকা দক্ষতা আৰু শাৰিৰীক গঠনক শত্ৰুয়েও প্ৰশংসা কৰিব৷ তেওঁৰ এই সৌন্দৰ্য আৰু সু-স্বাস্থ্যৰ ৰহস্য আপুনি জানেনে?

বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে তেওঁৰ  ৰাতিপুৱাটো সৰ্বশ্ৰেষ্ঠ উপায়েৰে আৰম্ভ  কৰিবলৈ ভাল পায় ৷আৰু পুৱাটো আৰম্ভ কৰে  নৃত্যৰ জৰিয়তে। বৰ্তমান আহিবলগীয়া ছবি  'ইমাৰ্জেন্সি'ৰ  কাম কৰি থকা অভিনেত্ৰীগৰাকীয়ে নৃত্যৰ পাঠ গ্ৰহণ কৰা এটা ভিডিঅ' শ্বেয়াৰ কৰিছে।
'কুইন'খ্যাত অভিনেত্ৰীগৰাকীয়ে শনিবাৰে তেওঁৰ ইনষ্টাগ্ৰামৰ প্ৰ’ফাইলত এটি  ভিডিঅ' পোষ্ট কৰিছিল য'ত তেওঁক কোৰিঅ'গ্ৰাফাৰ টেৰেঞ্চ লুইছৰ নৃত্য বিদ্যালয়ত নৃত্যৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকা  দেখা গৈছিল।

কংগনাই ভিডিঅ'টোত লিখিছিল যে,"গুৰুজী @rajendrachaturvedi আৰু @seema_purohit সৈতে ৰাতিপুৱা ভৰিৰ কাম"।

কংগনাই তেওঁৰ গৃহ ৰাজ্য হিমাচল প্ৰদেশৰ লোকসকলক ৰাজ্যখনৰ চলিত বিধানসভা নিৰ্বাচনত ভোট দান কৰিবলৈ আহ্বান জনাই আহিছে।

ইমাৰজেন্সীৰ সমান্তৰালভাৱে কংগনাই  'তেজছ' ছবিখনত   এজন আই এ এফ যুঁজাৰু পাইলটৰ ভূমিকা পালন কৰিব। তদুপৰি, তেওঁক ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী - ইন্দিৰা গান্ধী হিচাপে 'ইমাৰজেন্সী' ছবিখনত  দেখা যাব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক