--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৫০ হাজাৰতকৈয়ো অধিক লোকৰ সমাৱেশ হ'ব লগা এই সভাৰ বাবে নিৰ্মাণ কৰি থকা হৈছে বিশাল পেণ্ডেল।

ডিজিটেল ডেস্ক: গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেলটো অহা ২০ ডিচেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ ভিতৰতে বিশ্ব মানদণ্ডৰ আকৰ্ষণীয়কৈ নিৰ্মাণ কৰা এই বিমানবন্দৰটো অহা ২০ ডিচেম্বৰত আবেলি প্ৰধানমন্ত্ৰীয়ে ৰাইজৰ বাবে উৎসৰ্গা কৰিব।


বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ উদ্বোধনৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰা হৈছে। এই উপলক্ষে এখন বিশাল ৰাজহুৱা সভাৰো আয়োজন কৰা হৈছে য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰিব। ৫০ হাজাৰতকৈয়ো অধিক লোকৰ সমাৱেশ হ'ব লগা এই সভাৰ বাবে নিৰ্মাণ কৰি থকা হৈছে বিশাল পেণ্ডেল।


প্ৰস্তুতিৰ বুজ লৈ তদাৰক কৰি আছে ৰাজ্য চৰকাৰৰ কেবাজনো মন্ত্ৰী আৰু উচ্চ পৰ্যায়ৰ বিষয়াই । সেইদিনা প্ৰধানমন্ত্ৰীয়ে নতুন টাৰ্মিনেলৰ লগতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটি প্ৰতিমূৰ্ত্তি মুকলি কৰিব। বিমানবন্দৰৰ সন্মুখভাগ অতি সুন্দৰকৈ সজাই তুলিবলৈ দিনে নিশাই কাম কৰি আছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ ল'বলৈ দুই এদিনতে নতুন টাৰ্মিনেললৈ আহিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন