--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আৰক্ষীৰ জালত পৰা জুবাৰী চাৰিটা হৈছে লৱ বড়ো(৩৪) , কাৰ্তিক বড়ো(৩৭), মানস সিং(২৮),আৰু উজ্জ্বল মোছাহাৰী(১৯)।

ডিজিটেল ডেস্কঃ  দীপাৱলীৰ অচিলা লৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ পৰিছে জুৱাৰী চক্ৰ।আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ অসাধু চক্ৰই গুৱাহাটীৰ ভিন্ন প্ৰান্তত অবৈধ ঝাণ্ডি-মুণ্ডা, জুৱা অনুষ্ঠিত কৰি আহিছে। নুনমাটি আৰক্ষীয়ে কালি নিশা গীতামন্দিৰৰ বৈকুণ্ঠ নগৰত অবৈধ জুৱা (ঝাণ্ডী মুণ্ডা)ৰ বিৰুদ্ধে অভিযান চলাই এটা জুৱাৰী চক্র উৎখাত কৰিবলৈ সক্ষম হয়।


আৰক্ষীৰ জালত পৰা জুবাৰী চাৰিটা হৈছে লৱ বড়ো(৩৪) , কাৰ্তিক বড়ো(৩৭), মানস সিং(২৮),আৰু উজ্জ্বল মোছাহাৰী(১৯)।


আৰক্ষীৰ অভিযান কালত ঝাণ্ডী মুণ্ডা খেলাৰ বাবে ব্যৱহাৰ কৰা দুটা পাত্ৰ,খেলৰ বাবে ব্যৱহাৰ কৰা দুটা বিশেষ মেট,১৬টা ঝাণ্ডী মুণ্ডা পাশাৰ টুকুৰা আদি জুৱাৰ সামগ্ৰী জব্দ কৰে।


ধৃত অভিযুক্ত কেইজনৰ বিৰুদ্ধে এজিবি আইনৰ ১৪/১৫ নং গোচৰৰ ভিত্তিত নুনমাটি আৰক্ষী থানাত গোচৰ ৰুজু কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ