--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা অনুসৰি গৰ্ভাৱস্থা বা প্ৰসৱৰ সময়ত প্ৰতি দুমিনিটৰ মূৰে মূৰে এগৰাকী মহিলাৰ মৃত্যু হয়। যদিও যোৱা ২০ বছৰত মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে, তথাপিও যি সংখ্যা ওলাইছে সেয়া যথেষ্ট আতংকজনক।

বিশ্ব স্বাস্থ্য সংস্থা আৰু ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা প্ৰতিবেদনত দেখা গৈছে যে ২০ বছৰত মাতৃৰ মৃত্যুৰ হাৰ ৩৪.৩ শতাংশ হ্ৰাস পাইছে। ২০০০ চনত প্ৰতি ১ লাখ জন্মৰ বিপৰীতে ৩৩৯ গৰাকী মহিলাৰ মৃত্যু হয়। ২০২০ চনৰ তথ্য অনুসৰি ১ লাখ সন্তান জন্ম দিয়াৰ ফলত ২২৩ গৰাকী মহিলাৰ মৃত্যু হৈছে। এই হিচাপৰ পৰা স্পষ্ট যে প্ৰতিদিনে প্ৰায় ৮০০ গৰাকী মহিলাৰ প্ৰসৱৰ সময়ত মৃত্যু হয়, বা প্ৰতি দুমিনিটৰ মূৰে মূৰে এগৰাকী মহিলাৰ মৃত্যু হয়।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ আধানম গেব্ৰেইছাছে এই প্ৰতিবেদনৰ উল্লেখ কৰি কয় যে, “এণ্ডোমেট্ৰিয়াছিছৰ বাতৰিয়ে মহিলাৰ জীৱনলৈ বহু আশা কঢ়িয়াই আনিব লাগে, কিন্তু দুখৰ বিষয় যে ইয়াৰ বাবেই বিশ্বৰ লাখ লাখ মহিলাই নিজৰ প্ৰাণ হেৰুৱাইছে। এই প্ৰতিবেদন আতংকজনক। গৰ্ভাৱস্থাত মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অতিৰিক্ত মনোযোগ দিয়াৰ প্ৰয়োজন।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক