--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : গৰ্ভাৱস্থাত সময়ত মহিলাসকলে বহু সমস্যাৰ সন্মুখীন হবলগীয়া হয়। বিশেষকৈ কঁকালৰ বিষৰ সমস্যাটো মহিলাসকলৰ মাজত আটাইতকৈ বেছিকৈ দেখা যায়। আজি আমি আপোনালোকক এনে কিছুমান যোগাসন কম, যাৰ সহায়ত গৰ্ভৱতী মহিলাৰ কঁকালৰ বিষত উপশম দিয়াৰ লগতে গৰ্ভত থকা সন্তানৰ ওপৰতো ভাল প্ৰভাৱ পেলায়। কিন্তু সঠিকভাৱে কৰাৰ উপায় থাকিব লাগে। গতিকে গৰ্ভৱতী মহিলাৰ বাবে আটাইতকৈ সুৰক্ষিত আসনৰ বিষয়ে জানো আহক।

 ত্ৰিকোনাসন

ইয়াৰ বাবে যোগাসনৰ মেটৰ ওপৰত থিয় হব লাগে। এতিয়া দুয়োখন ভৰি মেলি দিয়ক। তাৰ পাছত বাওঁ ভৰিৰ আঙুলিবোৰ মাটিত ৰাখি আনখন হাত ওপৰলৈ তুলিব লাগে। ওপৰৰ হাতখনৰ ফালে ডিঙিটো পেচাই ৰাখিব লাগে। এই অৱস্থাত কেইছেকেণ্ডমান থাকি আৰু স্বাভাৱিকভাৱে উশাহ-নিশাহ লৈ থাকিব। এতিয়া লাহে লাহে উশাহ এৰি স্বাভাৱিক ভংগীমালৈ উভতি আহক। তাৰ পাছত বিপৰীতে ফালেও এই প্ৰক্ৰিয়াৰ পুনৰাবৃত্তি কৰক।

 বিৰভদ্ৰাসন

যোগাসনৰ মেটৰ ওপৰত থিয় হওক। এতিয়া এখন ভৰি পিছলৈ লৈ আনখন ভৰি আগলৈ লৈ যাওক। এতিয়া দুয়োখন হাত ওপৰলৈ নিয়ক। এই আসন কৰাৰ সময়ত আঁঠুবোৰ অলপ বেঁকা কৰি ৰাখিব লাগে। এতিয়া ভৰি দুখন সমানভাৱে ৰাখি তাৰ পাছত বিপৰীতে একেদৰেই কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ