--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচৰ্বিৰ সমস্যা বহুতৰে হয়। তেনে সমস্যাতেই ভুগিছে বলীউডৰ অভিনেত্ৰী আলিয়া ভাটেও। অৱশ্যে আলিয়াৰ চৰ্বিৰ সমস্যাৰ কাৰণ অন্য। আলিয়া ভাট নৱেম্বৰত  মাতৃ হৈছে। এটি কন্যা সন্তানৰ জন্ম দিয়া আলিয়াই এতিয়া গৰ্ভধাৰণৰ পিছত হোৱা চৰ্বিৰ সমস্যাত ভুগিছে। সেই চৰ্বি  হ্ৰাস কৰিবলৈ অভিনেত্ৰীগৰাকীয়ে যোগাভ্যাস কৰিবলৈ লৈছে। তেনে  এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। 

দেহৰ চৰ্বি নোহোৱা কৰি আলিয়াই কামলৈ উভতি যাবলৈ নিজকে প্ৰস্তুত কৰি আছে। বেবী ৰাহাৰ যত্ন লোৱাৰ উপৰি তেওঁ ব্যায়াম কৰা আৰম্ভ কৰিছে। আলিয়া সদায় এগৰাকী যোগ প্ৰিয় নাৰী ।  গৰ্ভধাৰণৰ পিছত চৰ্বি হ্ৰাস কৰিবলৈ আলিয়াই যেনে ধৰণে যোগাসন কৰিছে সেয়া দেখিলে হয়তো আপুনিও অবাক হৈ পৰিব।

শেহতীয়াকৈ ভাইৰেল হোৱা  আলিয়াৰ  ভিডিঅ'টোত  আলিয়াক  মূৰ তললৈ আৰু ভৰি ওপৰলৈ কৰি ওলমি থকা দেখা গৈছে। এনে যোগাসন কৰিলে পেটৰ চৰ্বি সহজে দূৰ হয় বুলি আলিয়াই কৈছে। তেওঁ অভিজ্ঞ প্ৰশিক্ষকৰ তত্বাবধানত এনে যোগাসন কৰিছে।



আলিয়াক পৰৱৰ্তী সময়ত ৰণবীৰ সিঙৰ সৈতে 'ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী'ত দেখা যাব।   চিনেমাখনৰ বহু খিনি  দৃশ্যগ্ৰহণ কৰা হৈছে, কেৱল এটা গানৰ কামহে কৰিবলৈ বাকী আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement