--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ যুটিটো ওপৰৱালাই নিৰ্ণয় কৰে বুলি কোৱা হয়। জন্ম, মৃত্যু, বিবাহ সদায় ঈশ্বৰৰ হাতত। শেহতীয়াকৈ এখন বিয়া চৰ্চিত হৈ পৰিছে। বিশ্বৰ আটাইতকৈ চাপৰ বডী বিল্ডাৰগৰাকীয়ে বিচাৰি পালে কইনা। মাত্ৰ ৩.৩ ফুট উচ্চতাৰ বডী বিল্ডাৰ প্ৰতীক মোহিতৰ বিয়াই লাভ কৰিছে চৰ্চা। 
World's smallest bodybuilder - just 3ft tall but showing the bullies who's  boss - Daily Star
২৮ বছৰীয়া প্ৰতীক মোহিতৰ নাম বিশ্বৰ আটাইতকৈ চাপৰ বডী বিল্ডাৰ হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হৈছে। 
Guinness World Record Holder Worlds shortest bodybuilder Pratik Mohite get  married see couple photo | दुनिया के सबसे छोटे बॉडीबिल्डर प्रतीक मोहिते ने  रचाई शादी, दुल्हनिया संग शेयर की ...
নিজৰ বিয়াৰ সন্দৰ্ভত প্ৰতীকে কয় যে তেওঁ ৰায়গড়ৰ বাসিন্দা আৰু তেওঁৰ পত্নী ১২০ কিলোমিটাৰ দূৰৰ পুনেৰ। প্ৰতীকৰ উচ্চতা ৩ ফুট ৩৪ ইঞ্চি আৰু পত্নী জয়াৰ উচ্চতা ৪ ফুট ২ ইঞ্চি। প্ৰতীকে ক’লে যে ৪ বছৰ আগতে তেওঁৰ দেউতাকে তেওঁক জয়াৰ লগত চিনাকি কৰাই দিছিল আৰু সেই সময়ছোৱাতে তেওঁ জয়াক ভাল পাই পেলাইছিল।

প্ৰতীকে কয়, মই ২০১৮ চনত জয়াক লগ পাইছিলো আৰু ২০১৬ চনত বডী বিল্ডিং আৰম্ভ কৰিছিলো। জয়াক লগ পোৱাৰ সময়ত মই ইমান সফল হোৱা নাছিলো। মই জানিছিলো যে বিয়াৰ পাছত মোৰ ওপৰত জয়াৰ দায়িত্বও আহি পৰিব। মই জয়াক কৈছিলো যে প্ৰথমে মই ভৰিৰ ওপৰত থিয় দিম আৰু তাৰপাছতহে তোমাক বিয়া কৰাম। লাহে লাহে সময় পাৰ হৈ গ’ল আৰু মই সফলতা পালোঁ৷ মোৰ নাম গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত আছে আৰু মই এজন ফিটনেছ ট্ৰেইনাৰ হ’লো। নিজৰ ভৰিৰ ওপৰত থিয় হ’ব পাৰিছো বুলি অনুভৱ কৰাৰ পাছতেই মই জয়াক বিয়া কৰোৱাৰ সিদ্ধান্ত ল’লো।

এতিয়া সকলোৱে প্ৰতীক মোহিত আৰু জয়াৰ যুগ্ম জীৱন সুখৰ হ’বলৈ শুভকামনা জনাইছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক