--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰ্দিক পাণ্ডিয়াৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে প্ৰস্তুত হৈছে নেকি নাটাছা ষ্টেনকভিচ? এই জল্পনা-কল্পনাৰ মাজতে নাটাছাই মুখ মেলিলে। কি কলে হাৰ্দিকৰ অভিনেত্ৰী পত্নীয়ে?

শেহতীয়াকৈ নাটাছাই আলেকজেণ্ডাৰ এলেক্সলিকৰ সৈতে এখন ৰেষ্টুৰেণ্টত খাবলৈ গৈছিল। বলীউডৰ অভিনেত্ৰী দিশা পাটানীৰ সৈতে আলেকজেণ্ডাৰৰ সম্পৰ্কৰ উৰাবাতৰি। নাটাছাই ৰেষ্টুৰেণ্টৰ বাহিৰত ফটো তুলিলে। তাৰ পিছত তেওঁক সোধা হ’ল যে সঁচাকৈয়ে তেওঁৰ আৰু হাৰ্দিকৰ মাজত কোনো সমস্যা আছে নেকি?

উত্তৰত নাটাছাই হাঁহি এটা মাৰি ক'লে, "ধন্যবাদ"। ইয়াৰ পিছত তেওঁ ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ সোমাই গ’ল। হাৰ্দিকৰ পত্নীয়ে একো কোৱা নাছিল। এই বিষয়ত হাৰ্দিকে এতিয়াও মুখ মেলিব পৰা নাই।

যোৱা তিনি চাৰিদিন ধৰি হাৰ্দিক আৰু নাটাছাৰ বিচ্ছেদক ​​লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা। কেইবাদিনো ছচিয়েল মিডিয়াত একো পোষ্ট নকৰিলে। বিয়াৰ পিছত নাটাছাই ইনষ্টাগ্ৰামত নিজৰ নামৰ কাষত ‘পাণ্ডিয়া’ উপাধিটো ব্যৱহাৰ কৰি আছিল। শেহতীয়াকৈ তেওঁ ডিলিট কৰি পেলাইছে। তেতিয়াৰ পৰাই জল্পনা-কল্পনা বাঢ়িছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান