--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰ সময়ত হাই ব্লাড প্ৰেছাৰ সমস্যা সাধাৰণ হৈ পৰিছে। বেয়া জীৱনশৈলী আৰু বেয়া খাদ্যৰ বাবেই মানুহ এই সমস্যাৰ চিকাৰ হৈ পৰিছে। হাই ব্লাড প্ৰেছাৰ সমস্যা এক গুৰুতৰ ৰোগ আৰু এই পৰিস্থিতিত গাফিলতি কৰিলে মাৰাত্মক হ’ব পাৰে। একে সময়তে হাই ব্লাড প্ৰেছাৰৰ বাবে হাৰ্ট এটেক আৰু কিডনীৰ লগত জড়িত সমস্যাও হ’ব পাৰে। আমি ইয়াত ক’ম যে বিপি বেছি হ’লে শৰীৰে কি ইংগিত দিয়ে।

হাই ব্লাড প্ৰেছাৰৰ লক্ষণ

১) সঘনাই প্ৰস্ৰাৱ কৰা- যদি আপুনি সঘনাই প্ৰস্ৰাৱ কৰে তেন্তে ইয়াক আওকাণ নকৰিব কাৰণ তেনে কৰিলে মাৰাত্মক হ’ব পাৰে। গতিকে দীৰ্ঘদিন ধৰি সঘনাই প্ৰস্ৰাৱ কৰাৰ সমস্যা থাকিলে চিকিৎসকৰ ওচৰলৈ যাওক।

২) চকু ৰঙা পৰা- উচ্চ ৰক্তচাপ আৰম্ভ হ’লে চকু ৰঙা হ’বলৈ আৰম্ভ কৰে। শৰীৰত ৰক্তচাপ বৃদ্ধি হোৱাৰ বাবে ধমনীত চাপ অধিক পৰে, যাৰ বাবে চকুত গুৰুতৰ প্ৰভাৱ পৰে। সেইবাবেই যদি আপুনি চকুৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হৈছে তেন্তে আপুনি আপোনাৰ বিপি পৰীক্ষা কৰিব লাগে।

৩) তীব্ৰ মূৰৰ বিষ- উচ্চ ৰক্তচাপৰ বাবে আপুনি তীব্ৰ মূৰৰ বিষৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।ইয়াৰ ফলত হোৱা মূৰৰ বিষটো অতি বিপদজনক। উচ্চ বি পি ৰোগীৰ বেছিভাগৰে ৰাতিপুৱা এই ধৰণৰ সমস্যা হয়। গতিকে এনেকুৱা হ’লে ইয়াক আওকাণ নকৰিব।

৪) দৃষ্টিশক্তি অস্পষ্ট- যদি শৰীৰত উচ্চ বি পিৰ সমস্যা হয় তেন্তে চকুত প্ৰভাৱ পৰে। ইয়াৰ কাৰণে আপোনাৰ চকুৰ ৰক্তবাহী নলীৰ ক্ষতি হয়। এনে পৰিস্থিতিত আপুনি ম্লান হোৱা দেখিবলৈ আৰম্ভ কৰে। গতিকে যদি আপুনি চকুৰে blur দেখে তেন্তে ইয়াক আওকাণ নকৰিব।

৫) ওকট পাকট লগা- উচ্চ বিপিৰ সমস্যাত এজন ব্যক্তিৰ বমি আৰু ওকালিৰ সমস্যা হ’বলৈ আৰম্ভ কৰে। গতিকে যদি আপোনাৰ এনেকুৱা সমস্যা আছে তেন্তে তাক আওকাণ নকৰিব।

















FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু