--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কেঁচা হালধি আৰু হালধি পাউডাৰ দুয়োটাই স্বাস্থ্যৰ বাবে অতি উপকাৰী যদিও কেঁচা হালধি কিছুমান ক্ষেত্ৰত অধিক উপকাৰী বুলি কোৱা হয়। কেঁচা হলধিত কাৰকুমিন আৰু অন্যান্য পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে পোৱা যায়। কেঁচা হালধি হৈছে এনে এক ছুপাৰফুড য’ত বহুতো পুষ্টি আৰু ঔষধি গুণ পোৱা যায়। নিয়মিতভাৱে কেঁচা হালধি সেৱন কৰিলে স্বাস্থ্যজনিত বহুতো উপকাৰ পোৱা যায়। কেঁচা হালধিত কাৰকুমিন নামৰ এবিধ যৌগ থাকে, য’ত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে। ই শৰীৰক বহু ৰোগ আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। কেঁচা হালধিয়ে পাচনতন্ত্ৰ উন্নত কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু হাড়ৰ স্বাস্থ্যৰ বাবেও উপকাৰী হোৱাকৈ কাম কৰে। কেঁচা হালধি থকা উপকাৰিতাসমূহ জানো আহক।


১. পাচনতন্ত্ৰ শক্তিশালী কৰে-

কেঁচা হালধিত আঁহ থাকে যিয়ে অন্ত্ৰৰ কাৰ্য্যকলাপ বৃদ্ধি কৰি পাচন প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰে। ই পেটৰ এচিডৰ নিঃসৰণ বৃদ্ধি কৰে যাৰ ফলত খাদ্য হজম কৰাত সহজ হয়। কেঁচা হালধিত ‘জিঞ্জাৰল’ নামৰ যৌগ থাকে যিয়ে পাচন শক্তি বৃদ্ধি কৰে। পেটত গেছ আৰু পেট ফুলাৰ দৰে সমস্যা সমাধানত সহায় কৰে।


২. প্ৰদাহ নিবাৰণকাৰী গুণেৰে সমৃদ্ধ-

কেঁচা হালধিত থকা কাৰকুমিন নামৰ যৌগবিধে প্ৰদাহ নিবাৰণকাৰী হিচাপে কাম কৰে। ই প্ৰদাহ কমায় আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।কেঁচা হালধিত ওমেগা-৩ ফেটি এচিড থাকে যিয়ে প্ৰদাহ আৰু বিষ কমোৱাত সহায় কৰে। 


৩. কেন্সাৰত উপকাৰী

কেঁচা হালধিত এন্টি-অক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণো থাকে যিয়ে কেন্সাৰ কোষৰ বৃদ্ধি ৰোধ কৰাত সহায় কৰে। কেঁচা হালধি মুখ, অন্ত্ৰ, যকৃৎ আৰু স্তন কেন্সাৰৰ চিকিৎসাত উপকাৰী। কেঁচা হালধি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী