--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অ’মেগা-৩ ফেটি এচিড এনেকুৱা এটা পুষ্টিকৰ উপাদান যিটোৰ বিষয়ে বহু কমকৈ চৰ্চা হয়, কিন্তু আমাৰ শৰীৰৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। যদি আপুনি নিয়মিতভাৱে অ’মেগা-৩ ফেটি এচিড সেৱন কৰে, তেন্তে হাৰ্ট এটেকৰ দৰে গুৰুতৰ ৰোগৰ আশংকা থাকিব। এই পুষ্টিকৰ পদাৰ্থই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাম কৰে, লগতে ই বহু কোষ সক্ৰিয় কৰে। কি কি খাদ্য খালে অ’মেগা-৩ ফেটি এচিড পোৱা যায় জানো আহক।

এইবোৰ বস্তুৰ পৰা অ’মেগা-৩ ফেটি এচিড পোৱা যায়

১) গৰুৰ গাখীৰঃ গাখীৰ আমাৰ দৈনন্দিন খাদ্যৰ এক গুৰুত্বপূৰ্ণ অংশ, কিন্তু যদি আপুনি ইয়াৰ পৰা সৰ্বাধিক লাভ কৰিব বিচাৰে, তেন্তে গৰুৰ গাখীৰ বেছিকৈ ব্যৱহাৰ কৰক, কাৰণ ইয়াত অ’মেগা-৩ ফেটি এচিড পোৱা যায়।

২) চয়াবিনঃ আমি প্ৰটিন সমৃদ্ধ খাদ্য হিচাপে চয়াবিন খাওঁ, কিন্তু ইয়াৰ দ্বাৰা অ’মেগা-৩ ফেটি এচিডো পোৱা যায়।

৩) ফ্লেক্সছীডঃ ফ্লেক্সছীডত অ’মেগা-৩ ফেটি এচিডৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়। যদি আপুনি সেৱন কৰিব বিচাৰে তেন্তে এই গুটিবোৰ পিহি গুড়ি প্ৰস্তুত কৰক বা ফ্লেক্সছীডৰ সহায়ত লাডু প্ৰস্তুত কৰি খাওক।

৪) কণীঃ আমি প্ৰায়ে ব্ৰেকফাষ্টত কণী খাওঁ, যাৰ বাবে গোটেই দিনটো শক্তি অক্ষত থাকে। ইয়াত অ’মেগা-৩ ফেটি এচিডো প্ৰচুৰ পৰিমাণে পোৱা যায়, যিটো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি উত্তম।

৫) আখৰোটঃ শুকান ফলৰ কথা ক’বলৈ গ’লে আখৰোট স্বাস্থ্যৰ বাবে ভাল বুলি গণ্য কৰা হয়, ইয়াক খালে আপোনাৰ শৰীৰত অ’মেগা-৩ ফেটি এচিডৰ অভাৱ নহয়। মনত ৰাখিব যে আখৰোটৰ গৰম প্ৰভাৱ থাকে, গতিকে গ্ৰীষ্মকালত ইয়াক বেছিকৈ নাখাব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক