--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰীষ্মকাল আৰম্ভ হৈছে। এনে পৰিস্থিতিত গৰমৰ পৰা হাত সাৰিবলৈ সকলোৱে হাতকটা কাপোৰ পিন্ধি ভালপায়। যদি আপুনিও হাতকটা কাপোৰ পিন্ধি ভাল পায়, কিন্তু হাতৰ চৰ্বিৰ বাবে আপোনাৰ প্ৰিয় কাপোৰ পিন্ধিবলৈ লাজ পায়, তেন্তে আপুনি লাজ কৰাৰ প্ৰয়োজন নাই কাৰণ ইয়াত আমি আপোনাক ক’ম কেনেকৈ চৰ্বিৰ পৰা মুক্তি কৰিব পাৰি হাত দুখনক। 

হাতৰ চৰ্বিৰ পৰা মুক্তি পাবলৈ এই পদ্ধতিসমূহ মানি চলক

স্কিপিংঃ হাতৰ ওলমি থকা চৰ্বি টোন কৰিবলৈ আপুনি স্কিপিঙৰ সহায় ল’ব পাৰে। স্কিপিং কৰিলে মানুহৰ হাত দুখন ঘূৰি থাকে। যাৰ কাৰণে হাতলৈ ঘাম আহে আৰু বাহুৰ চৰ্বি দ্ৰুতগতিত কমিবলৈ আৰম্ভ কৰে। এইটো এটা অতি ভাল কাৰ্ডিঅ’ এক্সাৰচাইজ। যিটো দৈনিক কৰিলে হাতৰ ওলমি থকা চৰ্বিৰ পৰা মুক্তি পাব পাৰি।

পুশ্বআপঃ হাতৰ চৰ্বিত অশান্তি পোৱা মানুহে পুশ্বআপ কৰিবই লাগিব। কাৰণ পুশ্বআপ এটা অতি ভাল ব্যায়াম যিয়ে আপোনাৰ বাহু দুটা ফিট কৰি ৰাখিবলৈ কাম কৰে। এই ব্যায়ামটো কৰাটো অলপ কঠিন যেন লাগে। কিন্তু পুশ্বআপে কেৱল হাতৰ চৰ্বি কমোৱাই নহয় গোটেই শৰীৰৰ চৰ্বিও কমোৱাৰ কাম কৰে।

ছিজাৰ এক্সাৰচাইজঃ হাতত জমা হোৱা অতিৰিক্ত চৰ্বি কমোৱাৰ বাবে ছিজাৰ এক্সাৰচাইজ এটা ভাল উপায়। এই ব্যায়ামটো কৰি থাকোঁতে এজন ব্যক্তিয়ে থিয় হৈ দুয়োখন হাত পোন কৰি তাৰপাছত হাত দুখন লৰচৰ কৰিব লাগে। এই ব্যায়াম বহুবাৰ কৰিলে হাতত জমা হোৱা চৰ্বি কমি যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক