--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমান সময়ত হাৰ্টএটেক ধৰণৰ ঘটনা নিতৌ বৃদ্ধি পাবলৈ ধৰিছে। যিকোনো বয়সৰ লোকৰ মাজত এনে সমস্যাই দেখা দিব পাৰে। কিন্তু আপুনি জানেনে যে হাৰ্টএটেকৰ আগতে শৰীৰে আমাক সংকেত দিয়ে, কিন্তু যিবোৰ আমি আওকাণ কৰো বা বুজি নাপাওঁ। ফলত জীৱন হেৰুৱাবলগীয়াও হ’ব পাৰে। এনে পৰিস্থিতিত হাৰ্টএটেক কিয় হয় আৰু ইয়াৰ পৰা হাত সাৰিবলৈ কি উপায় আছে সেই বিষয়ে জানো আহক।

কিয় হাৰ্ট এটেক হয়?

যেতিয়া শৰীৰত কলেষ্টেৰলৰ পৰিমাণ বাঢ়ে, তেতিয়া হাৰ্টএটেকৰ সম্ভাৱনা বাঢ়ি যায়। দৰাচলতে শৰীৰত কলেষ্টেৰল দুবিধ। প্ৰথম ভাল আৰু দ্বিতীয় বেয়া। যেতিয়া আপোনাৰ শৰীৰত বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পায়, তেতিয়া হাৰ্টএটেকৰ সম্ভাৱনা বাঢ়ি। জীৱনশৈলীৰ অৱনতি ঘটা আৰু খাদ্যাভ্যাসৰ বেয়াৰ বাবে শৰীৰত উচ্চ কলেষ্টেৰল আৰম্ভ হয়।

হৃদযন্ত্ৰৰ লক্ষণ-

* বুকুৰ বিষ

* মূৰ ঘুৰণি

* উশাহ লোৱাত অসুবিধা

এইদৰে নিজকে ৰক্ষা কৰক

যদি কেতিয়াবা এনে লক্ষণ দেখা যায়, তেন্তে একেবাৰে পলম নকৰি চিকিৎসকৰ কাষ চাপক। যাতে সোনকালে ইয়াৰ সৈতে মোকাবিলা কৰিব পৰা যায়। বহু সময়ত ৰোগীয়ে হাৰ্টএটেকৰ লক্ষণসমূহ বুজিবলৈ পলম কৰে, যাৰ বাবে তেওঁৰ জীৱন ৰক্ষা কৰাটো কঠিন হৈ পৰে। এনে পৰিস্থিতিত সৰু সৰু লক্ষণবোৰক আওকাণ নকৰি সময়মতে চিকিৎসকৰ কাষ চাপক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ