--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • গ্ৰীষ্মকালত সকলোৱে এনে খাদ্য গ্ৰহণ কৰা উচিত, যিয়ে আপোনাৰ শৰীৰটো সক্ৰিয় কৰি ৰাখে।

ডিজিটেল ডেস্ক : গ্ৰীষ্মকালত সকলোৱে এনে খাদ্য গ্ৰহণ কৰা উচিত, যিয়ে আপোনাৰ শৰীৰটো সক্ৰিয় কৰি ৰাখে। গ্ৰীষ্মকালত স্বাস্থ্য সম্পৰ্কীয় প্ৰত্যাহ্বান আহি পৰে। গ্ৰীষ্মকালত নিজৰ জীৱনশৈলীৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন। গ্ৰীষ্মকালত দিনটো কেনেকৈ আৰম্ভ কৰিব সেয়া অতিকৈ গুৰুত্বপূৰ্ণ। জানো আহক প্ৰচণ্ড ৰ’দতো শৰীৰটোক‌ কেনেকৈ গৰমৰ প্ৰভাৱৰ পৰা আঁতৰত ৰাখিব পাৰি-


ফলমূল আৰু সেউজীয়া শাক-পাচলি গ্ৰহণ - ফলমূল আৰু সেউজীয়া শাক-পাচলিয়ে শৰীৰটোক অত্যধিক গৰমৰ পৰা মুক্ত কৰি ৰাখে।

সেয়ে ব্ৰেকফাষ্টত সতেজ ফলমূল আৰু শাক-পাচলি খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।


নিয়মিত ব্যায়াম - গৰমৰ দিনত খোজ কঢ়া বা যোগাসনৰ দৰে পাতল ব্যায়াম কৰিব লাগে যিয়ে প্ৰচণ্ড গৰমৰ পৰা সকাহ দিয়ে। লগতে নিয়মিত ব্যায়ামে শৰীৰটোক সক্ৰিয় কৰি ৰাখে আৰু ৰাতিপুৱাৰ বিশুদ্ধ ঠাণ্ডা বতাহৰ ফলত আপোনাৰ মানসিক চাপো কম হ'ব।


অত্যধিক পানী খাব লাগে - গ্ৰীষ্মকালত ৰাতিপুৱা পানী খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। অত্যধিক পানী খালে নিজকে হাইড্ৰেটেড কৰি ৰাখিব পাৰিব। আৰু বাহিৰলৈ ওলাই গ’লে পানীৰ বটল এটা লগত ৰাখক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা