--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সুস্থ পেট এটা সুস্থ শৰীৰ আৰু মনৰ লক্ষণ। কিন্তু দুৰ্বল জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে মানুহে প্ৰায়ে পেটৰ স্বাস্থ্যৰ যত্ন লোৱাত ব্যৰ্থ হয়।

ডিজিটেল ডেস্কঃ  যদি আপুনিও আপোনাৰ পেটটো সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে আমি আপোনাক এনে কিছুমান বনৌষধিৰ বিষয়ে ক’ম যিবোৰ আপোনাৰ পেটৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। এই বনৌষধিবোৰে আপোনাৰ পেটটো সুস্থ কৰি ৰখাৰ লগতে শৰীৰৰ কাম-কাজত সহায় কৰিব পাৰে।


সুস্থ পেট এটা সুস্থ শৰীৰ আৰু মনৰ লক্ষণ। কিন্তু দুৰ্বল জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে মানুহে প্ৰায়ে পেটৰ স্বাস্থ্যৰ যত্ন লোৱাত ব্যৰ্থ হয়। গতিকে জানি লওঁ আহক কি কি খালে উপকাৰ হয়।


১) হালধিঃ হালধিত কাৰকুমিন থাকে, যিয়ে আন্ত্ৰিক প্ৰদাহ হ্ৰাস কৰাত ফলপ্ৰসূ বুলি প্ৰমাণিত হয়। নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ এক অধ্যয়ন অনুসৰি হজম শক্তিৰ লগত জড়িত সমস্যা নিৰাময়ৰ বাবে হালধি ব্যৱহাৰ কৰা হয়। ই পেট ফুলা, জণ্ডিচ, পিৰিয়ডৰ বিষ নিৰাময় কৰিব পাৰে।


২) আদাঃ আদাৰ এণ্টি-ইনফ্লেমেটৰী গুণ আছে যিয়ে পাচন শক্তি উন্নত কৰাত সহায় কৰে । আদাই হজম শক্তিৰো উন্নত সাধন কৰে।


৩) চফগুটিঃ চফগুটিত এনেথ’ল থাকে যিয়ে জি আই নলীৰ পেশীবোৰ শিথিল কৰি পেট ফুলা আৰু গেছ উপশম কৰাত সহায় কৰিব পাৰে। চফগুটি হজম শক্তিৰ বাবে এক ফলপ্ৰসূ সহায়ক। ই গেষ্ট্ৰাইটিছৰ মসৃণ পেশীবোৰ শিথিল কৰাত সহায় কৰিব পাৰে, যাৰ ফলত গেছ, পেট ফুলা আৰু পেটৰ ক্ৰেম্প কম হয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ