--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আমাৰ তেজত হিম’গ্লবিনৰ অভাৱ হয়, তেন্তে শৰীৰত দুৰ্বলতা আহিবলৈ আৰম্ভ কৰে আৰু দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজ কৰাটো কঠিন হৈ পৰে। হিম’গ্লবিন হৈছে ৰক্তকণিকাত থকা আইৰণ ভিত্তিক প্ৰ’টিন। যিয়ে শৰীৰৰ সকলো অংগলৈ অক্সিজেন প্ৰেৰণৰ কাম কৰে। ইয়াৰ বাবে কিছুমান আইৰণ সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগিব, তেতিয়াহে হিম’গ্লবিনৰ অভাৱ দূৰ কৰা সম্ভৱ হ’ব। এনে পৰিস্থিতিত কোনবোৰ শুকান ফল আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে জানো আহক।

হিম’গ্লবিন বৃদ্ধি কৰা শুকান ফল

১) আখৰোটঃ আখৰোট এনেকুৱা এটা শুকান ফল য’ত পুষ্টিকৰ উপাদান থাকে। এমুঠি আখৰোটৰ শৰীৰত প্ৰায় ০.৮২ মিলিগ্ৰাম আইৰণ পোৱা যায়।হিম’গ্লবিনৰ অভাৱ হ’লে দৈনিক আখৰোট সেৱন কৰিব লাগে।

২) পিষ্টাঃ পিষ্টাৰ সোৱাদে বহু লোকক ইয়াৰ প্ৰতি আকৰ্ষণ কৰে। ১.১১ মিলিগ্ৰাম আইৰণ এমুঠি পিষ্টাত পোৱা যায়। ইয়াক সেৱন কৰিলে শৰীৰত আইৰণ বৃদ্ধি পাব, যাৰ ফলত হিম’গ্লবিনৰ অভাৱ দূৰ হ’ব।

৩) কাজুঃ বহু মিঠাই আৰু ৰেচিপি সজাবলৈ কাজু ব্যৱহাৰ কৰা হয়, কিন্তু আপুনি হয়তো নাজানে যে এমুঠি কাজুত প্ৰায় ১.৮৯ মিলিগ্ৰাম আইৰণ থাকে। ইয়াৰ দ্বাৰা আইৰণ আৰু হিম’গ্লবিনৰ অভাৱ হয়।

৪) আলমণ্ডঃ প্ৰায়ে কোৱা হয় যে মগজু চোকা কৰিবলৈ আমি দৈনিক আলমণ্ড খাব লাগে। যদি হিম’গ্লবিনৰ অভাৱত আপোনাৰ শৰীৰ দুৰ্বল হৈ পৰিছে, তেন্তে প্ৰতিদিনে পুৱা তিয়াই থোৱা আলমণ্ড আপোনাৰ বাবে এক বৃহৎ লাভ বুলি প্ৰমাণিত হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে