--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণ কাপোৰ পিন্ধা, খালী ভৰিৰে বেৰত বহি থকা এজন মানুহে ৩ টকীয়া বল কলম এটা লৈ কাগজত কিবা এটা লিখিছে৷এই ব্যক্তিজন হৈছে,ডাঃ শংকৰ গৌড়া,কৰ্ণাটকৰ মাণ্ডুৱাৰ পৰা স্বৰ্ণপদক আৰু কলিকতা চিকিৎসা বিশ্ববিদ্যালয়ৰ পৰা এম.ডি. ডিগ্ৰী লাভ কৰিছিল৷

এইজন চিকিৎসকৰ নাই নিজা ক্লিনিক নাই।কেবিন বনাবলৈ লাখ লাখ টকা লাগে। ইমান টকা ক'ৰ পৰা পাব?সেয়েহে চহৰৰ পৰা আঁতৰত দুই কোঠাৰ ঘৰ এটাত থাকে। ইমান দূৰলৈ ৰোগী কেনেকৈ আহিব পাৰে চিকিৎসাৰ বাবে, গতিকে চহৰৰ এখন ফাষ্ট ফুড ৰেষ্টুৰেণ্টৰ বাহিৰত দৈনিক বহি থকা শ শ দৰিদ্ৰ ৰোগীক তেওঁৰ চাইকেলেৰে পৰীক্ষা কৰে। সেইবোৰ ভালদৰে নিৰ্ণয় কৰে আৰু সস্তীয়া, জেনেৰিক ঔষধ প্ৰেছক্ৰিপচন কৰে।

তেওঁ কিমান চাৰ্জ লয় জানেনে?মাত্ৰ ৫ টকা। হয়, মাত্ৰ ৫ টকা। Goldmedalist MD ডিগ্ৰী থকা চিকিৎসকে দৰিদ্ৰ ৰোগীৰ পৰা মাত্ৰ ৫টকাহে লয়।আজিৰ যিখন পৃথিৱীত চিকিৎসকে আক্ষৰিক অৰ্থত দুখীয়া, সাধাৰণ মানুহক লুটপাত কৰি আছে।কিন্তু ডাঃ শংকৰ গৌড়া বহুতৰে ভগৱান।এনে এজন প্ৰকৃত সমাজকৰ্মী চিকিৎসককক প্ৰণাম৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে