--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মক লৈ বিতৰ্কিত মন্তব্য কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে দক্ষিণৰ চলচ্চিত্ৰ অভিনেতা চেতন কুমাৰে। এক টুইটত কেতবোৰ মন্তব্য কৰে চেতনে। বজৰং দলৰ অভিযোগৰ ভিত্তিত চেতনক লশাদ্ৰীপুৰমত আৰক্ষীয়ে চেতনক গ্ৰেপ্তাৰ কৰে।  কিন্তু চেতনে হিন্দু ধৰ্মৰ বিষয়ে কি লিখিছিল?

অভিনেতা চেতন কুমাৰে টুইট কৰি কয়- ''হিন্দু ধৰ্ম মিছাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।’’ ইয়াতে ৰৈ নাথাকি অভিনেতাজনে ক'লে- "সাৱৰকাৰে কৈছিল যে যেতিয়া ৰামে ৰাৱণক পৰাস্ত কৰি অযোধ্যালৈ উভতি আহিছিল, তেতিয়াই ভাৰতৰ জন্ম হৈছিল। এয়াও মিছা কথা। ১৯৯২ চনত বাবৰি মছজিদত ৰামৰ জন্মস্থান বুলি কোৱা হৈছিল, সেয়াও মিছা। আজি ২০২৩ চনত কোৱা হৈছে যে উৰি গৌড়া আৰু নাঞ্জে গৌড়াই টিপু চুলতানক হত্যা কৰিছিল, সেয়াও মিছা।”

ইয়াৰ পূৰ্বেও বিতৰ্কিত মন্তব্য কৰিছিল অভিনেতাগৰাকীয়ে। ইয়াৰ পূৰ্বে হিজাব বিতৰ্কত ন্যায়াধীশক সমালোচনা কৰি গ্ৰেপ্তাৰ হৈছিল। এইবাৰ হিন্দু ধৰ্মক লৈ বিতৰ্কিত মন্তব্য কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা অভিনেতাজনক মঙলবাৰে আদালতত হাজিৰ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক