--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোন দিশে সমাজ? এগৰাকী হিন্দু যুৱকে বাইকত এগৰাকী মুছলমান যুৱতীক উঠাই নিয়াটোৱই হ'ল ভুল। হিন্দু যুৱকজনৰ নাম সাগৰ কুমাৰ মিশ্ৰ। সাগৰে বাইকত মুছলমান যুৱতীগৰাকী উঠাই নিয়া বাবে কেইজনমান মুছলমান যুৱকে সাগৰক উপৰ্যুপৰি প্ৰহাৰ কৰে। ঘটনাটো বিহাৰৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাটোৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ঘটনা অনুসৰি সাগৰ কুমাৰ মিশ্ৰই তেওঁৰ মুছলমান বান্ধৱীগৰাকীক বাইকত উঠাই পাটনা মাৰ্কেটেৰ গৈ আছিল। তেনে অৱস্থাতে কেইজনমান মুছলমান যুৱকে তেওঁলোকক আগভেটি ধৰে। হিন্দু যুৱকজনক বাইকৰ সৈতে পথৰ দাঁতিলৈ নি যুৱক কেইজনে শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ ধৰে। 
 
সাগৰে আক্ৰমণকাৰী যুৱককেইজনক ছ'ৰী বুলি কয় যদিও যুৱককেইজনে তেওঁৰ কোনো কথা নুশুনি অশ্লীল মাত মাতি প্ৰহাৰ কৰিবলৈ ধৰে। 

ঘটনাটো ভাইৰেল হোৱাৰ পাছতো আৰক্ষীয়ে কোনো পদক্ষেপ লোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস