--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:সাধাৰণতে সকলো  যুৱতীৰে  মনৰ কামনা এয়াই যে তেওঁৰ স্বামী তেওঁৰ মনে বিচৰা ধৰণৰ হওঁক, যিয়ে তেওঁৰ প্ৰতিটো কথা শুনিব, যিয়ে তেওঁৰ ভালদৰে যত্ন লব, যিয়ে তেওঁক মৰম কৰিব সন্মান কৰিব। যদিও বাস্তৱত মানুহৰ সকলো চাহিদা পূর্ণ নহয়, তথাপি হিন্দু যুৱতীয়ে  সদায় ভগৱান শিৱৰ দৰেই স্বামী এজন আশা কৰে। বেছিভাগ যুৱতী শিৱৰ ভক্ত , শিৱৰাত্ৰিত যুৱতীয়ে গোটেই দিন উপবাস কৰে, শিৱলিংগত পানী ঢালি  শিৱৰ দৰে স্বামী পাবলৈ প্রার্থনা কৰে।এই পৃথিৱীৰ সকলো নাৰীয়ে বিচাৰে যে তেওঁৰ স্বামী সাহসী হওঁক, তেওঁৰ স্বামীয়ে অন্যায়ৰ বিৰুদ্ধে মাত মাতক প্ৰতিবাদ কৰক; চকুৰ সন্মুখত কোনো বেয়া কাম দেখিলে বাধা আৰোপ কৰিব পৰা আৰু উপৰোক্ত সমস্ত গুণ ভগৱান শিৱৰ আছিল।

হিন্দু পুৰাণ সমূহত বহুতো ঘটনা প্রবাহত দেখা যায় যে ভগৱান শিৱই যেনেদৰে সৃষ্টিৰ পালন কৰে ঠিক বিপৰীতে দুষ্টৰ দমনো কৰে, সেয়ে হয়তো ভগৱান শিৱৰ দৰে পুৰুষকে পছন্দ কৰে নাৰীয়ে। নাৰীয়ে আশা কৰে যে তেওঁৰ স্বামীয়ে তেওঁৰ অনুভূতিবোৰক মূল্য দিব, যেনেদৰে স্ত্ৰীক ভালপোৱা দিয়াৰ আৰু স্ত্ৰীৰ অনুৰাগৰ আটাইতকৈ সুন্দৰ নিদৰ্শন হৈছে মহাদেৱ; তেওঁ যিদৰে পাৰ্বতীক ভাল পাইছিল তেনে ভালপোৱা সকলো যুৱতীৰে পছন্দৰ।

ভগৱান শিৱ এনে এজন আৰাধ্য যিয়ে কোনোদিনে পশু আৰু দেৱতাসকলৰ মাজত কোনো পক্ষপাতিত্ব কৰা নাছিল, ভেদাভেদ ৰক্ষা কৰা নাছিল; তেওঁ সর্বদা সকলোৰে কল্যাণৰ কথা চিন্তা কৰিছিল, আনকি বহুবাৰ তেওঁ সংসাৰৰ কল্যাণৰ হেতু নিজে কষ্ট ভোগ কৰিছিল। মহাদের শিৱ অতি শান্ত স্বভাৱৰ যদিও তেওঁ ক্রোধিত হৈ পৰিলে সৃষ্টিৰ বিনাশ কৰিব পাৰে, যুৱতীয়ে বিচাৰে তেওঁৰ স্বামী যাতে ঠাণ্ডা স্বভাৱৰ হয় যিয়ে সকলো পৰিস্থিতি শান্তভাৱে মুখামুখি হ'ব পাৰে, লগতে সঠিক সময়ত কোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ খঙো কৰিব পাৰে।হিন্দু যুৱতীসকলে নিজৰ জীৱন সংগী  শিৱৰ দৰে হোৱাটোহে  বিচাৰে,  ব্ৰহ্মা অথবা বিষ্ণুৰ দৰে নিবিচাৰে!  কাৰণ জানেনে?

ডিজিটেল ডেস্ক: দৰাচলতে সকলো  যুৱতীৰে  মনৰ কামনা এয়াই যে তেওঁৰ স্বামী তেওঁৰ মনে বিচৰা ধৰণৰ হওঁক, যিয়ে তেওঁৰ প্ৰতিটো কথা শুনিব, যিয়ে তেওঁৰ ভালদৰে যত্ন লব, যিয়ে তেওঁক মৰম কৰিব সন্মান কৰিব। যদিও বাস্তৱত মানুহৰ সকলো চাহিদা পূর্ণ নহয়, তথাপি হিন্দু যুৱতীয়ে  সদায় ভগৱান শিৱৰ দৰেই স্বামী এজন আশা কৰে। বেছিভাগ যুৱতী শিৱৰ ভক্ত , শিৱৰাত্ৰিত যুৱতীয়ে গোটেই দিন উপবাস কৰে, শিৱলিংগত পানী ঢালি  শিৱৰ দৰে স্বামী পাবলৈ প্রার্থনা কৰে।এই পৃথিৱীৰ সকলো নাৰীয়ে বিচাৰে যে তেওঁৰ স্বামী সাহসী হওঁক, তেওঁৰ স্বামীয়ে অন্যায়ৰ বিৰুদ্ধে মাত মাতক প্ৰতিবাদ কৰক; চকুৰ সন্মুখত কোনো বেয়া কাম দেখিলে বাধা আৰোপ কৰিব পৰা আৰু উপৰোক্ত সমস্ত গুণ ভগৱান শিৱৰ আছিল।

হিন্দু পুৰাণ সমূহত বহুতো ঘটনা প্রবাহত দেখা যায় যে ভগৱান শিৱই যেনেদৰে সৃষ্টিৰ পালন কৰে ঠিক বিপৰীতে দুষ্টৰ দমনো কৰে, সেয়ে হয়তো ভগৱান শিৱৰ দৰে পুৰুষকে পছন্দ কৰে নাৰীয়ে। নাৰীয়ে আশা কৰে যে তেওঁৰ স্বামীয়ে তেওঁৰ অনুভূতিবোৰক মূল্য দিব, যেনেদৰে স্ত্ৰীক ভালপোৱা দিয়াৰ আৰু স্ত্ৰীৰ অনুৰাগৰ আটাইতকৈ সুন্দৰ নিদৰ্শন হৈছে মহাদেৱ; তেওঁ যিদৰে পাৰ্বতীক ভাল পাইছিল তেনে ভালপোৱা সকলো যুৱতীৰে পছন্দৰ।

ভগৱান শিৱ এনে এজন আৰাধ্য যিয়ে কোনোদিনে পশু আৰু দেৱতাসকলৰ মাজত কোনো পক্ষপাতিত্ব কৰা নাছিল, ভেদাভেদ ৰক্ষা কৰা নাছিল; তেওঁ সর্বদা সকলোৰে কল্যাণৰ কথা চিন্তা কৰিছিল, আনকি বহুবাৰ তেওঁ সংসাৰৰ কল্যাণৰ হেতু নিজে কষ্ট ভোগ কৰিছিল। মহাদের শিৱ অতি শান্ত স্বভাৱৰ যদিও তেওঁ ক্রোধিত হৈ পৰিলে সৃষ্টিৰ বিনাশ কৰিব পাৰে, যুৱতীয়ে বিচাৰে তেওঁৰ স্বামী যাতে ঠাণ্ডা স্বভাৱৰ হয় যিয়ে সকলো পৰিস্থিতি শান্তভাৱে মুখামুখি হ'ব পাৰে, লগতে সঠিক সময়ত কোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ খঙো কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ