--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডেভিড ৱাৰ্নাৰে ছিডনী ক্ৰিকেট খেলপথাৰত হলিউড তাৰকাৰ দৰে গ্ৰেণ্ড এণ্ট্ৰি মাৰে। তাৰকা অ’পেনাৰগৰাকীয়ে বিগ বেছ লীগ (বিবিএল) ছিডনী ডাৰ্বিৰ বাবে হেলিকপ্টাৰযোগে খেলপথাৰত উপস্থিত হয়।

৩৭ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে তেওঁৰ ভাতৃৰ বিয়াৰ পৰা পোনে পোনে হেলিকপ্টাৰত উঠি ষ্টেডিয়ামলৈ আহে। শুকুৰবাৰে ছিডনী ছিক্সাৰছৰ বিৰুদ্ধে ছিডনী থাণ্ডাৰৰ বিবিএলৰ সংঘৰ্ষৰ পূৰ্বে হেলিকপ্টাৰেৰে এছচিজিত টাচ ডাউন কৰে ডেভিদ ৱাৰ্নাৰে। তেওঁৰ বিদায়ী টেষ্টৰ সময়ত "থেংকচ ডেভ"ৰ ল'গ' অংকন কৰা ঠাইৰ ওচৰৰ আউটফিল্ডত অৱতৰণ কৰে।

চেনেল ৭ক ৱাৰ্নাৰে কয় যে, 'মই মনোৰঞ্জন দিব বিচাৰো। মই চেষ্টা কৰিব বিচাৰো আৰু আমাৰ দলটোক পৰৱৰ্তী তিনিখন খেলত জয়ী হোৱাত সহায় কৰিব বিচাৰো।"

অৱশ্যে জুন মাহত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পিছত চূড়ান্ত আন্তঃৰাষ্ট্ৰীয় অৱসৰৰ পূৰ্বে সেই ফৰ্মেটত উপলব্ধ হৈ থকাৰ বাবে এতিয়া তেওঁ সেই প্ৰতিযোগিতাখনৰ পৰা উভতি আহি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ অংশ হ’ব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement