--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হলিউডত নিৰ্মাণ হ’ব 'মোদী’। 'মোদী’ নামৰ এই বায়’পিকখনৰ পৰিচালনা কৰিব হলিউডৰ যশস্বী অভিনেতা জনী ডেপে। সম্পূৰ্ণ ২৫ বছৰৰ পাছত পুনৰ পৰিচালক হিচাপে ঘূৰি আহিছে 'পাইৰেটছ অৱ কেৰিবিয়ান’ৰ অভিনেতাজন।

ছৱিখনত ইটালীৰ শিল্পী আমেডিও মোদীগিলানিৰ জীৱন কাহিনী প্ৰদৰ্শন কৰা হ’ব। উল্লেখ্য যে শিল্পী মোদীগিলানিক চমুকৈ ‘মোদি’ হিচাপে জনা গৈছিল

ছবিখনত বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পীসকলৰ নামো ঘোষণা কৰিছে পৰিচালকগৰাকীয়ে। গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিব কিংবদন্তি অভিনেতা আল পেচিনোৱে।

ইটালীৰ অভিনেতা ৰিকাৰ্ডো স্কামাৰ্চিঅ’ই মোদিৰ চৰিত্ৰত অভিনয় কৰিব। ‘জন উইক: চেপ্টাৰ ২’, ‘দ্য বেষ্ট অৱ ইউথ’ আৰু ‘ল’ৰ’ ছবিত তেওঁৰ অভিনয়ে দৰ্শকৰ মনত এটা সাঁচ বহুৱাই থৈ গৈছে।

জনিয়ে ছবিখন পৰিচালনা কৰাই নহয়, আল পেচিনো আৰু বেৰী নাভিডিৰ সৈতে সহ-প্ৰযোজনাও কৰিছে। কেইমাহমানৰ পিছত বুডাপেষ্টৰ শ্বুটিং ফ্ল’ৰত পৰিচালক হিচাপে দেখা যাব জনিক।

১৯৯৭ চনত জনিয়ে শেষবাৰৰ বাবে পৰিচালনা কৰিছিল ‘দ্য ব্ৰেভ’। লগতে নিজেই অভিনয়ো কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ