--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'কেৰেলা ষ্টৰী’ক লৈ উত্তাল দেশ। তাৰ মাজতে দুৰ্ঘটনাত পতিত হৈছে ছৱিখনৰ পৰিচালক সুদীপ্ত সেন আৰু মুখ্য অভিনেত্ৰী আদা শৰ্মা।

দেওবাৰে মুম্বাইৰ পৰা তেলেংগানাৰ কৰিম নগৰৰ হিন্দু একতা যাত্ৰাৰ অনুষ্ঠানলৈ গৈ আছিল দুয়ো। কিন্তু বাটত তেওঁলোকৰ গাড়ীখনে এখন গাড়ীৰ সৈতে খুন্দা মাৰে। গুৰুতৰভাৱে আহত হয় পৰিচালক আৰু অভিনেত্ৰীগৰাকী। সময়মতে চিকিৎসালয়লৈ নিয়াৰ পিছত বৰ্তমান তেওঁলোক সুস্থ হৈ উঠিছে।

দুৰ্ঘটনাৰ পাছতে চিন্তিত হৈ পৰিছে তেওঁলোকৰ অনুৰাগীমহল। অৱশ্যে চিন্তাৰ কোনো কাৰণ নাই বুলি ইতিমধ্যে তেওঁলোকে জনাইছে। পৰিচালক সুদীপ্ত সেনে কয় যে হিন্দু একতা যাত্ৰাত অংশ ল’ব নোৱাৰি তেওঁ দুখিত।








FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ফ্রন্টিয়াৰ্ছ ইন ক্লাইমেট’ জার্নেলত উদ্বেগজনক তথ্য; ২০৭০ চনলৈ সংকটত পৰিব অসমৰ চাহ শিল্প
হাইটিৰ জাৰ্ছীত পোলেণ্ডৰ ৰাষ্ট্ৰীয় পতাকা; স্বাধীনতা আন্দোলনত সহযোগিতা আগবঢ়োৱাৰ স্বীকৃতি
আমৰ বাকলিৰ নানা গুণে আচৰিত কৰিব আপোনাক
ৰূপকোঁৱৰৰ স্মৃতিৰ নীৰৱ সাক্ষী: গহপুৰত আজিও সুৰক্ষিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঐতিহাসিক চকী
ৰূপালী পর্দাত জিলিকিব ‘অসীমত যাৰ হেৰাল সীমা’; কাঞ্চন বৰুৱাৰ কালজয়ী উপন্যাসৰ চিত্ৰৰূপ
মহাৰাষ্ট্ৰত অমানৱীয় ঘটনা; পিক পেলাবলৈ মানা কৰাত এজন বৃদ্ধক নিৰ্মমভাৱে মাৰপিট অটো চালকৰ
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement