--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃদযন্ত্ৰ আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। কাৰণ ই শৰীৰলৈ অবিৰতভাৱে তেজ যোগান ধৰে। হৃদযন্ত্ৰ বা Heart হৃদপেশীৰ দ্বাৰা গঠিত কেন্দ্ৰীয় পাম্প সদৃশ অংগ,যি অবিৰতভাৱে প্ৰাণীৰ জীৱন থকালৈকে স্পন্দিত হৈ গোটেই দেহত ৰক্ত পৰিবহণ কৰে। ই বক্ষ গহ্বৰত হাঁওফাঁও দুটাৰ মধ্যৱৰ্তী স্থানত অৱস্থিত সোপোকা অংগ। 

হৃদযন্ত্ৰ হৃদয়াৱৰণৰ দ্বাৰা আবৃত হৈ থাকে। হৃদয়াৱৰণ আৰু হৃদযন্ত্ৰৰ মাজৰ গহ্বৰটোক হৃদয়াৱৰণ গহ্বৰ বোলে। ই এক প্ৰকাৰ জুলীয়া ৰসেৰে পূৰ্ণ হৈ থাকে। এই ৰসে হৃদযন্ত্ৰক বাহ্যিক আঘাতৰ পৰা ৰক্ষা কৰে। হৃদযন্ত্ৰটো ৪টা কোঠালিযুক্ত। আমি ভালদৰে জীয়াই থাকিবলৈ হলে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাটো অতি প্ৰয়োজন।

হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ উপায়

১) আপুনি জানেনে যে ধূমপান আপোনাৰ হৃদযন্ত্ৰৰ বাবে অতি ক্ষতিকাৰক।গতিকে যদি আপুনি আপোনাৰ হৃদযন্ত্ৰৰ পেশীবোৰ সুস্থ হোৱাটো বিচাৰে তেন্তে ধূমপানৰ পৰা আঁতৰি থাকক।

২) হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ পৰা হাত সাৰিবলৈ আৰু হৃদযন্ত্ৰৰ পেশী দুৰ্বল হোৱাৰ পৰা হাত সাৰিবলৈ শৰীৰত হাই কলেষ্টেৰলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব লাগে।

৩) নিয়মিতভাৱে ব্যায়াম কৰিলে আপোনাৰ হৃদযন্ত্ৰৰ পেশীবোৰে বহু উপকাৰ লাভ কৰে।সেয়েহে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ ব্যায়াম কৰক।

৪) যদি আপুনি মদ্যপান কৰে তেন্তে আজিয়েই সজাগ হওক কাৰণ ই আপোনাৰ হৃদযন্ত্ৰৰ পেশী দুৰ্বল কৰি তুলিব পাৰে। মদৰ পৰা তৎক্ষণাত দূৰত্ব বনাওক।

৫) হৃদযন্ত্ৰৰ পেশীবোৰক দুৰ্বলতাৰ পৰা ৰক্ষা কৰিবলৈ ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক