--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শৰীৰ সুস্থ কৰি ৰাখিবলৈ সকলো ভিটামিনৰ প্ৰয়োজন।যিকোনো এবিধ ভিটামিনৰ অভাৱ হ'লেই শৰীৰ দুৰ্বল হোৱাৰ লগতে ইয়াৰ লগত জড়িত ৰোগবোৰ হ’বলৈ আৰম্ভ কৰে। শৰীৰক সুস্থ কৰি ৰাখিবলৈ তেনে এক অপৰিহাৰ্য খনিজ পদাৰ্থ হ’ল-ভিটামিন-বি১২। যদি শৰীৰত ভিটামিন-বি১২ কমি যায় তেন্তে ৰোগ প্ৰতিৰোধ ক্ষমতাতো প্ৰভাৱ পেলায়। মগজুক সুস্থ কৰি ৰখা আৰু শৰীৰত ৰক্তকণিকা আৰু ডিএনএ উৎপন্ন কৰাৰ বাবে ভিটামিন-বি১২ অতি প্ৰয়োজন। স্নায়ু সম্পৰ্কীয় ৰোগ নিৰাময়ৰ বাবেও ভিটামিন-বি১২ প্ৰয়োজন। ভিটামিন-বি১২ৰ অভাৱত দুৰ্বলতা আৰু ৰক্তহীনতাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। এনে পৰিস্থিতিত কিছুমান খাদ্য সামগ্ৰীৰে ভিটামিন-বি১২ৰ অভাৱ পূৰণ কৰিব পাৰি।

ভিটামিন-বি১২ৰ মূল উৎস-
* নন-ভেজ খায় তেন্তে আপোনাৰ বাবে ভিটামিন-বি১২ৰ বহু উৎস আছে। কুকুৰা, মাংস আৰু মাছৰ পৰা ভিটামিন-বি১২ লাভ কৰিব পাৰি।
* কণীত যথেষ্ট পৰিমাণৰ ভিটামিন-বি১২ আৰু ভিটামিন বি-২ পোৱা যায়। যদি আপুনি দিনটোত দুটা কণী খায় তেন্তে ই দৈনিক প্ৰয়োজনীয় ৪৬ শতাংশ পূৰণ কৰে।
* দুগ্ধজাত সামগ্ৰীতো ভিটামিন-বি১২ পোৱা যায়। সেয়েহে ইয়াৰ বাবে আপুনি দুগ্ধজাত সামগ্ৰী যেনে-গাখীৰ, দৈ আৰু পনীৰ খাব পাৰে।
* ভিটামিন-বি১২ৰ অভাৱ দূৰ কৰিবলৈ আলমণ্ড, কাজু, অটছ আৰু নাৰিকলৰ গাখীৰ সেৱন কৰিব পাৰে।
* নিৰামিষভোজী লোকৰ বাবেও ভিটামিন-বি১২ৰ অভাৱ পূৰণৰ বাবে চয়াবিন এক উত্তম উৎস। চয়াবিনত ভিটামিন-বি১২ প্ৰচুৰ পৰিমাণে পোৱা যায়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ