--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হঠাতে কি হ’ল আলিয়াৰ! জিম এৰি নাচিবলৈ আৰম্ভ কৰিলে! আলিয়া ভাট অলপতে মাতৃ হৈছে । তেওঁ যোৱা বছৰ নৱেম্বৰত কন্যা ৰাহা কাপুৰৰ জন্ম হৈছে । তাৰ পিছত তেওঁ পুনৰ  জিমলৈ উভতি আহিছে। জিমত আলিয়াই কঠিনৰ পৰা কঠিন ব্যায়ামসমূহ কৰে৷  কিন্তু এতিয়া যেন  বলীউডৰ অভিনেত্ৰীগৰাকীয়ে ব্যায়াম কৰাতকৈ নৃত্যত বেছিকৈ  গুৰুত্ব দিছে। ইয়াৰ প্ৰমাণ শেহতীয়াকৈ  পোৱা গৈছে।

 জিমলৈ গৈ কাৰ্ডিঅ' কৰাৰ পৰিৱৰ্তে আলিয়াই  নাচি থকাৰ ভিডিঅ’ এটা এতিয়া ভাইৰেল হৈ পৰিছে।  স্বামী ৰণবীৰ কাপুৰৰ নতুন চলচ্চিত্ৰখনৰ গানবোৰ আলিয়াই  ইমানেই ভাল পাইছে  যে তেওঁ  কেৱল সেই গানবোৰেই শুনি থাকে । তাই গোটেই দিনটো গানৰ সৈতে তাল মিলাই  নাচি থাকে। অভিনেত্ৰীগৰাকীয়ে নিজেই সামাজিক মাধ্যমত এই বিষয়ে লিখিছে।


'তু ঝুথি মই মক্কাৰ'  ছবিখনত ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰে অভিনয় কৰিছে। সেই ছবিখনৰ এটা গান হৈছে 'তেৰে প্যাৰ মে'। সংগীত পৰিচালক প্ৰীতমে গানটোৰ বাবে সংগীত ৰচনা কৰিছে। মুক্তিৰ পাছৰ পৰা গানটোৱে দৰ্শকৰ হৃদয় চুই গৈছে৷ গানটোৰ ইউটিউবত প্ৰায় ৫০ মিলিয়ন ভিউজ হৈছে৷ এই গানটো ষ্ট্ৰীমিং প্লেটফৰ্মত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। অৰিজিত সিঙে গোৱা 'তেৰে প্যাৰ মে' গীতটো এতিয়া  ভাইৰেল হৈ পৰিছে।

আলিয়াই ৰণবীৰৰ নতুন ছবি খনৰ গীততেই নাচিছে৷ জিম কৰিবলৈ গৈয়ো যেন তেওঁ ভাগৰি পৰা নাই৷ জিমৰ মাজতে তেওঁ কেৱল নাচিছে আৰু নাচিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক