--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চিপচ খাই ভাল পাইনে আপুনি ? চিপচ খাই পেকেটবোৰ বাৰু কি কৰে, পেলাই দিয়ে নিশ্বয়৷ কিন্তু এগৰাকী যুৱতীয়ে চিপচৰ পেকেটেৰে কাপোৰ সাজি পিন্ধাক লৈ এতিয়া ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ ফেশ্বনৰ নামত এগৰাকী যুৱতীয়ে চিপচৰ পেকেটৰ পৰা তৈয়াৰ কৰা এখন শাৰী পৰিধান কৰি ছ'চিয়েল মিডিয়াত আলপোড কৰিছে ভিডিঅ'৷ তাৰ পাছতে ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰে এই ভিডিঅ'৷ যুৱতীগৰাকীয়ে নীলা ৰঙৰ চিপচ পেকেটৰ শাৰী পিন্ধাৰ লগতে এটা খোপা আৰু গহনাও পিন্ধিছিল। ভিডিঅ'টো bebadass.in নামৰ এজন ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল। ভিডিঅ'টো মূলতঃ এটা ফেশ্বন ব্ৰেণ্ড Mae.co.in দ্বাৰা পোষ্ট কৰা হৈছিল। পোষ্টটোৰ শিৰোনামটোত ব্লু লেজ আৰু শাৰীৰ প্ৰেমৰ বাবে বুলি প্ৰচাৰিত কৰিছিল৷ https://www.instagram.com/reel/CY_8xXCIvkd/?utm_source=ig_embed&ig_rid=e133c31d-d899-44c8-b78b-b3b541b7d5bb এতিয়ালৈকে ভিডিঅ'টোত ৫,৭০০ ৰো অধিক লোকে লাইক কৰিছে। নেটিজেনসকলেও ভিডিঅ'টোত মন্তব্য কৰিছে। যদিও কিছুমানে এই অনন্য ধাৰণাটোৰ প্ৰশংসা কৰিছে, আন কিছুমানে যুৱতীগৰাকীক তেঁওৰ ফেশ্বন পছন্দৰ বাবে ট্ৰ'ল কৰিছে। শাৰী পিন্ধাক লৈ এজনে সাহসী বুলি কোৱাৰ লগতে আন এজনে ইতিকিং কৰি মন্তব্য কৰিছে যে হয় এনেকুৱা শাৰী পিন্ধিব নহ'লে একেবাৰে পিন্ধিব নালাগে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু