--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইলৰ ওপৰত পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছৰ আক্ৰমণৰ পাছত বুধবাৰে (১১ অক্টোবৰ) পঞ্চম দিনৰ বাবে যুদ্ধ অব্যাহত আছে। ইফালে ইজৰাইলত বসবাস কৰা ভাৰতীয়সকলক দেশলৈ ঘূৰাই অনাৰ বাবে অপাৰেচন অজয় ​​আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে ভাৰতে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ছ’চিয়েল মিডিয়া এক্সত লিখিছে, “ইজৰাইলৰ পৰা ভাৰতলৈ আহিব বিচৰা লোকসকলৰ বাবে অপাৰেচন অজয় ​​আৰম্ভ কৰা হৈছে।যাৰ বাবে বিশেষ চাৰ্টাৰ বিমান আৰু অন্যান্য ব্যৱস্থা কৰা হৈছে। বহিঃৰাজ্যত বসবাস কৰা আমাৰ নাগৰিকসকলৰ সুৰক্ষা আৰু মংগলৰ বাবে আমি সম্পূৰ্ণৰূপে দায়বদ্ধ।"

এছ জয়শংকৰৰ এই পোষ্ট সন্দৰ্ভত ইজৰাইলত থকা ভাৰতৰ দূতাবাসে কয় যে যিসকল ভাৰতীয় নাগৰিকে নিজকে পঞ্জীয়ন কৰিছে তেওঁলোকক কাইলৈ ​​(বৃহস্পতিবাৰ, ১২ অক্টোবৰ)ৰ বাবে বিশেষ বিমানখনৰ বাবে মেইল ​​কৰা হৈছে। পৰৱৰ্তী বিমানৰ বাবে আন পঞ্জীয়নভুক্ত লোকলৈ বাৰ্তা প্ৰেৰণ কৰা হ’ব।

নিউজ এজেন্সী পিটিআইয়ে মুম্বাইত থকা ইজৰাইলৰ কনছুল জেনেৰেল কোবি শ্বোছানীৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে যে ইজৰাইলত ২০ হাজাৰৰো অধিক ভাৰতীয় আছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনসাধাৰণৰ সহায়ৰ বাবে এটা জৰুৰীকালীন নম্বৰ জাৰি কৰা হৈছে। এই জৰুৰীকালীন নম্বৰসমূহ হ’ল ১৮০০১১৮৭৯৭, +৯১-১১ ২৩০১২১১৩, +৯১-১১-২৩০১৪১০৪, +৯১-১১-২৩০১৭৯০৫ আৰু +৯১৯৯৬৮২৯১৯৮৮। ইয়াৰ বাহিৰেও ইমেইলটো হ'ল: Situnationroom@mea.gov.in.

ইজৰাইলৰ টেল আভিভত অৱস্থিত ভাৰতীয় দূতাবাসৰ জৰুৰীকালীন নম্বৰ হৈছে +৯৭২-৩৫২২৬৭৪৮ আৰু +৯৭২- ৫৪৩২৭৮৩৯২।

শনিবাৰে (৭ অক্টোবৰ) পুৱা হামাছে ইজৰাইলৰ ওপৰত ৰকেট আক্ৰমণ চলায়। এই সময়ছোৱাত হামাছেও অনুপ্ৰৱেশ কৰি সাধাৰণ লোকক লক্ষ্য কৰি লৈছিল। ইয়াৰ পাছত ইজৰাইলে হামাছৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ আৰম্ভ কৰে। ইজৰাইলৰ পৰা গাজালৈ অহৰহ আক্ৰমণ চলি আছে। একে সময়তে হামাছে ইজৰাইলৰ ফালেও ৰকেট নিক্ষেপ কৰি আছে।

সংবাদ সংস্থা এ পিৰ তথ্য অনুসৰি দুয়োপক্ষৰ পৰা ২১০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। ইজৰাইলৰ পৰা ভাৰতীয়ক উভতি অহাৰ বাবে চৰকাৰে আৰম্ভ কৰিছে অপাৰেচন অজয়, কাইলৈ ​​যাত্ৰা কৰিব বিশেষ বিমান

ইজৰাইলৰ ওপৰত পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছৰ আক্ৰমণৰ পিছত বুধবাৰে (১১ অক্টোবৰ) পঞ্চম দিনৰ বাবে যুদ্ধ অব্যাহত আছে। ইফালে ইজৰাইলত বসবাস কৰা ভাৰতীয়সকলক দেশলৈ ঘূৰাই অনাৰ বাবে অপাৰেচন অজয় ​​আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে ভাৰতে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ছ’চিয়েল মিডিয়া এক্সত লিখিছে, “ইজৰাইলৰ পৰা ভাৰতলৈ আহিব বিচৰা লোকসকলৰ বাবে অপাৰেচন অজয় ​​আৰম্ভ কৰা হৈছে।” বিশেষ চাৰ্টাৰ বিমান আৰু অন্যান্য ব্যৱস্থা কৰা হৈছে। বহিঃৰাজ্যত বসবাস কৰা আমাৰ নাগৰিকসকলৰ সুৰক্ষা আৰু মংগলৰ বাবে আমি সম্পূৰ্ণৰূপে দায়বদ্ধ।

এছ জয়শংকৰৰ এই পোষ্ট সন্দৰ্ভত ইজৰাইলত থকা ভাৰতৰ দূতাবাসে কয় যে যিসকল ভাৰতীয় নাগৰিকে নিজকে পঞ্জীয়ন কৰিছে তেওঁলোকক কাইলৈ ​​(বৃহস্পতিবাৰ, ১২ অক্টোবৰ)ৰ বাবে বিশেষ বিমানখনৰ বাবে মেইল ​​কৰা হৈছে। পৰৱৰ্তী বিমানৰ বাবে আন পঞ্জীয়নভুক্ত লোকলৈ বাৰ্তা প্ৰেৰণ কৰা হ’ব।

নিউজ এজেন্সী পিটিআইয়ে মুম্বাইত থকা ইজৰাইলৰ কনছুল জেনেৰেল কোবি শ্বোছানীৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে যে ইজৰাইলত ২০ হাজাৰৰো অধিক ভাৰতীয় আছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনসাধাৰণৰ সহায়ৰ বাবে এটা জৰুৰীকালীন নম্বৰ জাৰি কৰা হৈছে। এই জৰুৰীকালীন নম্বৰসমূহ হ’ল ১৮০০১১৮৭৯৭, +৯১-১১ ২৩০১২১১৩, +৯১-১১-২৩০১৪১০৪, +৯১-১১-২৩০১৭৯০৫ আৰু +৯১৯৯৬৮২৯১৯৮৮। ইয়াৰ বাহিৰেও ইমেইলটো হ'ল: Situnationroom@mea.gov.in.

ইজৰাইলৰ টেল আভিভত অৱস্থিত ভাৰতীয় দূতাবাসৰ জৰুৰীকালীন নম্বৰ হৈছে +৯৭২-৩৫২২৬৭৪৮ আৰু +৯৭২- ৫৪৩২৭৮৩৯২।

শনিবাৰে (৭ অক্টোবৰ) পুৱা হামাছে ইজৰাইলৰ ওপৰত ৰকেট আক্ৰমণ চলায়। এই সময়ছোৱাত হামাছেও অনুপ্ৰৱেশ কৰি সাধাৰণ লোকক লক্ষ্য কৰি লৈছিল। ইয়াৰ পিছত ইজৰাইলে হামাছৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ আৰম্ভ কৰে। ইজৰাইলৰ পৰা গাজালৈ অহৰহ আক্ৰমণ চলি আছে। একে সময়তে হামাছে ইজৰাইলৰ ফালেও ৰকেট নিক্ষেপ কৰি আছে।

সংবাদ সংস্থা এ পিৰ তথ্য অনুসৰি দুয়োপক্ষৰ পৰা ২১০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। গাজাৰ শক্তি মন্ত্ৰালয়ে জনোৱা মতে, এটা বিদ্যুৎ কেন্দ্ৰৰ ইন্ধন শেষ হৈ গৈছে। শক্তি মন্ত্ৰালয়ে জনোৱা মতে, এটা বিদ্যুৎ কেন্দ্ৰৰ ইন্ধন শেষ হৈ গৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা