--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে ইয়াৰ সূতৰ হাৰ বৃদ্ধি স্থগিত ৰাখিব পাৰে  বুলি আশা কৰা হৈছে । এছ বি আই ৰিছাৰ্চৰ শেহতীয়া প্ৰতিবেদনত এই কথা কোৱা হৈছে। ৰেপো ৰেট হৈছে সূতৰ হাৰ যি হাৰত  আৰবিআইয়ে সকলো বাণিজ্যিক বেংকক ধন ধাৰ দিয়ে। পৰৱৰ্তী মুদ্ৰা নীতি বৈঠক ২০২৩ চনৰ এপ্ৰিলৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব। এই বৈঠকতে  সূতৰ হাৰ বৃদ্ধিৰ প্ৰস্তাৱ স্থগিত ৰখাৰ সম্ভাৱনা আছে বুলি প্ৰতিবেদন খনত কোৱা হৈছে। 


ফেব্ৰুৱাৰীৰ আৰম্ভণিতে আৰ.বি.আই.-ৰ শেহতীয়া মুদ্ৰা নীতি সমিতিয়ে  ৰেপো ৰেট ২৫ বেছিছ পইণ্ট বৃদ্ধি কৰি ৬.৫  শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল।সূতৰ হাৰ বৃদ্ধিৰ দ্বাৰা   অৰ্থনীতিৰ সুস্থিৰতা বজাই ৰখাৰ চেষ্টা চলোৱা হৈছে।  ইয়াৰ ফলত মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস হোৱাত সহায় হয়।

 ২০২০  চনৰ আৰম্ভণিতে যেতিয়া কোভিডে বিশ্বত আঘাত কৰিছিল,সেই সময়ত  ৰেপো ৰেট আছিল ৪ শতাংশ। প্ৰতিবেদনখনে দৃঢ়তাৰে কোৱা হৈছে  যে এপ্ৰিলৰ বৈঠকত ৰেপো ৰেট বৃদ্ধি স্থগিত ৰখাৰ বাবে আৰবিআইৰ ওচৰত পৰ্যাপ্ত যুক্তি  আছে। উল্লেখ্য চলিত বৰ্ষৰ জানুৱাৰী মাহত দেশত  খুচুৰা বজাৰত মুদ্ৰাস্ফীতি আছিল ৬.৫২ শতাংশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক