--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত নিৰ্বাচনী বণ্ডৰ তথ্য প্ৰকাশ কৰিলে নিৰ্বাচন আয়োগে৷ দাতাৰ তালিকাৰ শীৰ্ষত আছে কেইবাটাও প্ৰতিষ্ঠান৷ তালিকাত দেখা গ’ল পিৰামল, লক্ষ্মী মিট্টাল, এপল’ টায়াৰ্ছৰ নাম৷ PVR, ভাৰতী এয়াৰটেল, DLF আদিৰো নাম আছে তালিকাত৷ ফিউচাৰ গেমিং নামৰ প্ৰতিষ্ঠানে ক্ৰয় কৰিছিল সৰ্বাধিক বণ্ড৷ ১,৩৬৮ কোটি টকাৰ নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল প্ৰতিষ্ঠানটোৱে৷ মেঘা ইঞ্জিনিয়াৰিঙে ক্ৰয় কৰিছিল ৯৮০ কোটিৰ বণ্ড৷

নিৰ্বাচনী বণ্ডৰ পুঁজি লাভৰ শীৰ্ষত আছে ভাৰতীয় জনতা পাৰ্টী৷ পুঁজি লাভৰ তালিকাত আছে কংগ্ৰেছ, AIADMK, BRS আদি দলো৷ অৱশ্যে দলসমূহে ৰাজহুৱা কৰা নাই লাভ কৰা পুঁজিৰ পৰিমাণ৷ 
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতে বণ্ডৰ তথ্য প্ৰকাশ কৰিছে এছবিআই-এ৷ উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে বাতিল কৰিছিল বিতৰ্কিত নিৰ্বাচনী বণ্ড৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ