--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৃষকসকলৰ প্ৰতি দৰদী হৈ উঠিছে ৰাহুল গান্ধী৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে কৃষক বিদ্ৰোহে মোদী চৰকাৰক বিব্ৰত কৰাৰ সময়তে কংগ্ৰেছে কৃষকৰ পক্ষত অৱস্থান গ্ৰহণ কৰিছে৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে দলটোৰ কিষাণ ন্যায় গেৰাণ্টিৰ অধীনত কৃষকসকলৰ প্ৰতি পাঁচটা বৃহৎ প্ৰতিশ্ৰুতি ঘোষণা কৰিছে। কংগ্ৰেছৰ এই প্ৰতিশ্ৰুতি চলিত কৃষকৰ আন্দোলনৰ মাজত আহিছে, যিহেতু কৃষকসকলেও তেওঁলোকৰ কেইবাটাও দাবী মানি ল’লৈ কেন্দ্ৰক হেঁচা অব্যাহত ৰাখিছে।

কৃষকসকলক কংগ্ৰেছৰ পাঁচটা বৃহৎ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ ভিতৰত আছে -

১) স্বামীনাথন আয়োগৰ পৰামৰ্শৰ অধীনত ন্যূনতম সমৰ্থন মূল্যৰ আইনী স্থিতিৰ গেৰাণ্টি৷

২) কৃষকসকলৰ ঋণ মাফ কৰিবলৈ আৰু ঋণ ৰেহাইৰ পৰিমাণ নিৰ্ধাৰণ কৰিবলৈ এক স্থায়ী কৃষি ঋণ ৰেহাই আয়োগ সৃষ্টি কৰাৰ গেৰাণ্টি।

৩) বীমা আঁচনি সলনি কৰি শস্য ৰক্ষাৰ ক্ষেত্ৰত ৩০ দিনৰ ভিতৰত কৃষকসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ পৰিশোধ নিশ্চিত কৰাৰ গেৰাণ্টি।

৪) কৃষকসকলৰ স্বাৰ্থ আগুৱাই ৰাখি নতুন আমদানি-ৰপ্তানি নীতি প্ৰস্তুত কৰাৰ গেৰাণ্টি৷

৫) কৃষিজাত সামগ্ৰীৰ পৰা জিএছটি আঁতৰাই কৃষকসকলক জিএছটি-মুক্ত কৰাৰ নিশ্চয়তা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ