--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শিৱসাগৰ জাপিসজিয়াৰ পৰা AS 06 H 3395 নম্বৰৰ বগা হুণ্ডাই বাহনত আমিনা হোটেলত গো মাংস যোগান ধৰিবলৈ আহোঁতে শিমলুগুৰি আৰক্ষীয়ে হাতে লোটে আটক কৰে এজনক।

ডিজিটেল ডেস্ক: নাজিৰা বালিঘাটত অবৈধ গো মাংস উদ্ধাৰ। বালিঘাট-বৰদুৱাৰ মুখ মছজিদৰ নিচেই কাষৰ আমিনা হোটেলত দীৰ্ঘদিন ধৰি চলি আহিছিল এই চোৰাং গো মাংসৰ এই বেপাৰ।


শিৱসাগৰ জাপিসজিয়াৰ পৰা AS 06 H 3395 নম্বৰৰ বগা হুণ্ডাই বাহনত আমিনা হোটেলত গো মাংস যোগান ধৰিবলৈ আহোঁতে শিমলুগুৰি আৰক্ষীয়ে হাতে লোটে আটক কৰে এজনক।


আমিনা হোটেলৰ মালিক চিৰাআজুদ্দিন আলী পলাই সাৰিবলৈ সক্ষম হয়।


পৱিত্ৰ ৰমজান মাহত নিষিদ্ধ ঘোষিত মাংসৰ ৰমৰমীয়া বেহা চলাই যোৱা চিৰাজুদ্দিন ইছলামক লৈ স্থানীয় ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।


কাৰ সাহসত বালিঘাট তিনিআলিত চলাই গৈছে এই অবৈধ ব্যৱসায়, সেয়া এক ডাঙৰ প্ৰশ্ন। 


তালাচীত উদ্ধাৰ নগদ ২৩০০০হাজাৰ টকা,এক কুইণ্টল দহ কেজি গৰু মাংস।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ