--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • জ্যেষ্ঠ আৰক্ষী অধীক্ষক পৰ্যায়ত ৰদ-বদল

ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদবদলৰ বাবে চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক পৰ্যায়ত ৰদ-বদল ।


ফৰেন্সিকৰ সঞ্চালক ৰবীন কুমাৰক দৰঙৰ SSPৰ দায়িত্ব ।বঙাইগাঁৱৰ SSP মোহনলাল মিনা ফৰেন্সিকৰ সঞ্চালক । দুৰ্নীতি আৰু তদাৰকী কোষৰ পংকজ যাদৱক বজালীলৈ বদলি।

দৰঙৰ পৰা হেমন্ত কুমাৰ দাসক দুৰ্নীতি তদাৰকী কোষলৈ নগাঁৱৰ স্বপ্ননীল ডেকাক বদলি কৰে ধেমাজিলৈ। ধেমাজিৰ পৰা হিতেশ চন্দ্ৰ ৰয়ক দেৰগাঁৱৰ পুলিচ একাডেমীলৈ । কামৰূপৰ SSP সঞ্জীৱ কুমাৰ শইকীয়াক কাছাৰলৈ । শিৱসাগৰৰ SSP শুভাশীষ বৰুৱাক কামৰূপলৈ ।



পুলিচ একাডেমীৰ অধ্যক্ষ পাপৰি চেতিয়া শিৱসাগৰৰ SSP ।গুৱাহাটী পূবৰ DCP মৃণাল ডেকাক বদলি দক্ষিণ শালমাৰালৈ। বজালীৰ সুমন চক্ৰৱৰ্তীক বদলি তামুলপুৰ জিলালৈ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ